ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Rashmika Mandanna cheated of Rs 80 lakh I ৮০ লাখ টকা ঠগিলে ৰশ্মিকাক!

নিউজ ডেস্কঃ

News Desk by News Desk
June 19, 2023
Reading Time: 1 min read
A A
0
Rashmika Mandanna cheated of Rs 80 lakh I ৮০ লাখ টকা ঠগিলে ৰশ্মিকাক!

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

শীঘ্ৰে মুক্তি পাব ৰশ্মিকাৰ (Rashmika Mandanna) বহু প্ৰত্যাশিত ছবি ‘পুষ্পা ২’ (Pushpa-2)। সেয়ে অতি ব্যস্ত অভিনেত্ৰীগৰাকী। তাৰ মাজতে আকৌ সমস্যা। প্ৰায় ৮০ লাখ টকা লোকচান (Loss of Rs 80 lakh) হ’ল অভিনেত্ৰীগৰাকীৰ। সূত্ৰ অনুসৰি, এই বৃহৎ পৰিমাণৰ ধন চুৰিৰ আঁৰত অভিনেত্ৰীগৰাকীৰ দীৰ্ঘদিনীয়া মেনেজাৰৰ হাত আছে। এই ঘটনা সংঘটিত হোৱাৰ লগে লগে ৰশ্মিকাই মেনেজাৰজনক চাকৰিৰ পৰা বহিষ্কাৰ কৰে।

অৱশ্যে ৰশ্মিকাই এই বৃহৎ পৰিমাণৰ ধন চুৰিৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত কোনো অভিযোগ কৰা নাই। অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ সূত্ৰৰ মতে, ৰশ্মিকাই ইয়াৰ বিষয়ে কোনো অহেতুক খবৰ নিবিচাৰে। তাৰ বাবেই নায়িকাগৰাকীয়ে নিজৰ মেনেজাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

Rashmika Mandanna
Rashmika Mandanna cheated of Rs 80 lakh:

আনহাতে, বৰ্তমান ৰশ্মিকাই নিজৰ কেৰিয়াৰত ইটোৰ পিছত সিটোকৈ সফলতাৰ জখলা বগাই আছে। দক্ষিণৰ ছবিত তেওঁৰ জনপ্ৰিয়তা আৰম্ভণিৰে পৰাই আছিল। এইবাৰ তেওঁ মায়ানগৰীত ভৰিৰ তলৰ মাটি মজবুত কৰিছে। ‘গুডবাই’ ছবিৰে বলীউডত অভিষেক ঘটায়। প্ৰথমখন ছবিত অমিতাভ বচ্চনৰ সৈতে এটা ফ্ৰেমত দেখা গৈছিল ৰশ্মিকা মাণ্ডনাক। বক্স অফিচত সফল নহʼলেও ৰশ্মিকাৰ এই কামে সমাদৰ লাভ কৰিছে।

IMAGE 1662622578 | ASSAM TIMES POST‘গুডবাই’ৰ পিছত ইতিমধ্যে ৰশ্মিকাই আন এখন বলীউডৰ ছবি ‘মিছন মাজনু’ মুকলি কৰিছে। উক্ত ছবিখনত তেওঁক সিদ্ধাৰ্থ মালহোত্ৰাৰ বিপৰীতে দেখা গৈছে। ইয়াৰ পিছত ৰশ্মিকাক ৰণবীৰ কাপুৰৰ সৈতে ‘এনিমেল’ ছবিত দেখা যাব। কিন্তু তাৰ আগতে অভিনেত্ৰীগৰাকীৰ পৰৱৰ্তী ছবিখন প্ৰায় চূড়ান্ত হৈছে। খবৰ অনুযায়ী, ইয়াৰ পিছত দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা শ্বাহিদ কাপুৰৰ সৈতে যুটি বান্ধিবলৈ ওলাইছে। বৰ্তমান সফলতাৰ উৰ্ধমুখী উৰণত আছে অভিনেত্ৰীগৰাকী।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Pushpa 2Rashmika Mandannaপুষ্পা ২ৰশ্মিকা
Share4Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ADVERTISEMENT
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

October 1, 2026
55
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority
Assam

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
51
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
53
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

October 1, 2026
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d