Karbi Anglong Sainik School : কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
কাৰ্বি আংলঙৰ(Karbi Anglong) লাংভকুত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ। ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ পুঁজিৰে অসম চৰকাৰৰ লোক নির্মাণ বিভাগে ...






