CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৪৮ ঘণ্টাৰ ভিতৰত পদত্যাগ নকৰিলে দেশজুৰি প্ৰতিবাদৰ আহ্বান জনাইছে ককৰোচ জনতা পাৰ্টীয়ে। বৃহস্পতিবাৰে দিল্লীত...
















