ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

নিউজ ডেস্কঃ

News Desk by News Desk
September 24, 2026
Reading Time: 1 min read
A A
0
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

RELATED POSTS

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

New Logo Smal 1 | ASSAM TIMES POST

ভাৰতীয় নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত চলি থকা একনায়কত্ববাদ আৰু সমগ্ৰ দেশজুৰি লাখ লাখ বৈধ নাগৰিকক ভোটাৰ তালিকাৰ পৰা ইচ্ছাকৃতভাৱে বাদ দিয়াত ৰাইজৰ দলে গভীৰ উদ্বেগ আৰু তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমত প্ৰকাশিত শেহতীয়া তথ্য অনুসৰি, দেশজুৰি প্ৰায় ১৩ কোটিৰো অধিক ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ সময়ত আয়োগৰ দুজন নিৰ্বাচনী আয়ুক্ত—সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীক সম্পূর্ণ অন্ধকাৰত ৰখা হৈছিল।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অসাংবিধানিক আৰু স্বেচ্ছাচাৰী কাৰ্যকলাপৰ বিৰুদ্ধে দুজন আয়ুক্তই ১০ মাহত কমেও ১৪ বাৰ লিখিত আপত্তি দৰ্শাবলৈ বাধ্য হোৱা ঘটনাই আয়োগৰ আভ্যন্তৰীণ সমন্বয়হীনতা আৰু শাসকীয় বিজেপি দলৰ অবাধ হস্তক্ষেপ উদঙাই দিছে। নিয়ম উলংঘা কৰি ‘ফৰ্ম-৬’ ৰ সালসলনি কৰা আৰু স্থানীয় নিৰ্বাচন পঞ্জীয়ন বিষয়া সকলৰ আইনী ক্ষমতা কাঢ়ি লৈ সমগ্ৰ ভোটাৰৰ তথ্য নতুন দিল্লীত কেন্দ্ৰীভূত কৰা কাৰ্যক ৰাইজৰ দলে তীব্ৰ ধিক্কাৰ জনায়।

dal | ASSAM TIMES POST
ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ৰাইজৰ দলৰ প্ৰকাশ কৰে যে নিৰ্বাচন আয়োগ ভাৰতীয় গণতন্ত্ৰৰ ৰক্ষাকবচ হ’ব লাগিছিল, কিন্তু বৰ্তমান ই শাসকীয় পক্ষৰ হাতৰ পুতলালৈ ৰূপান্তৰিত হৈছে । যেতিয়া স্বয়ং নিৰ্বাচন আয়ুক্তদ্বয়েই আয়োগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আপত্তি দৰ্শাবলগীয়া হয়, তেতিয়া দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত জনসাধাৰণৰ বিশ্বাস সম্পূৰ্ণভাৱে ভাঙি পৰে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই উল্লেখ কৰে ৰাইজৰ দলে ২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ লগতে তেওঁৰ দিনত অনুষ্ঠিত আটাইবোৰ নিৰ্বাচন পুনৰ অনুষ্ঠিত কৰাৰ দাবী জনায়। সভাপতি গৰাকীয়ে বিগত অসম বিধান সভাৰ নিৰ্বাচনৰ বৈধতা সম্পৰ্কেও প্ৰশ্ন তোলাৰ লগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াও নিয়মমতে হোৱা নাছিল বুলি মত প্ৰকাশ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ
Assam

Cattle supply : ওবাগনাৰ বাহনত চোৰাং কৈ গৰু সৰবৰাহ

by News Desk
September 24, 2026
61
Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড
Assam

Nagaon : নগাঁৱৰ পুৰণিগুদামত পুৱাই বাহন অগ্নিকাণ্ড

by News Desk
September 24, 2026
54
হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ
Assam

হাইলাকান্দিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : গাঞ্জা আৰু য়াবা টেবলেট জব্দ, ১৮ জন গ্ৰেপ্তাৰ

by News Desk
September 24, 2026
53
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

by News Desk
September 23, 2026
59
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
52
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
ADVERTISEMENT
GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়
Guwahati

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
50
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী
Assam

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
50
Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ
National-International

Bihar girl harassment : বিহাৰত পুনৰ এগৰাকী কিশোৰীক নিৰ্যাতন, প্ৰহাৰ কৰি ভিডিঅ’ বনোৱাৰ অভিযোগ

September 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

GU Protest : নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

September 24, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

September 24, 2026
ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d