ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

নিউজ ডেস্কঃ

News Desk by News Desk
September 22, 2026
Reading Time: 1 min read
A A
0
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

RELATED POSTS

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

New Logo Smal 1 | ASSAM TIMES POST

চিচিটিভি ফুটেজত অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা প্ৰণামী চুৰিৰ ১০৫টা ঘটনা দেখা গৈছে। ইতিমধ্যে প্ৰণামী চুৰিৰ লগত জড়িত সকলোকে চিনাক্ত কৰা হৈছে। এই কথা সোমবাৰে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে উচ্চতম ন্যায়ালয়ত জনায়। শীঘ্ৰে এই গোচৰৰ চাৰ্জশ্বীট দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰাম মন্দিৰৰ পৰা প্ৰণামী চুৰিৰ সৈতে জড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি আছে। সোমবাৰে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত মেহতাই কয় যে তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে। লগতে তেওঁ কয় যে ২৫ ছেপ্টেম্বৰৰ ভিতৰত ৰাম মন্দিৰৰ পৰা প্ৰণামী চুৰি হোৱাৰ ক্ষেত্ৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব। চলিচিটৰ জেনেৰেলে কয়, “প্ৰথম গ্ৰেপ্তাৰৰ তাৰিখৰ পৰা ৯০ দিনৰ সময়সীমা ২৫ ছেপ্টেম্বৰত শেষ হয়। যদি সেই সময়ৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰা নহয় তেন্তে অভিযুক্তই জামিন লাভ কৰিব পাৰে। আমি দুদিনৰ ভিতৰত (চাৰ্জশ্বীট) দাখিল কৰিম।”

ram1 1 | ASSAM TIMES POST
১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

মুখ্য ন্যায়াধীশৰ আদালতত এছ আই টিৰ তদন্তৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰে ছলিচিটৰ জেনেৰেলে। এনডি টিভিৰ এক প্ৰতিবেদন অনুসৰি, এছ আই টিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে অযোধ্যাৰ ৰাম মন্দিৰৰ চিচিটিভি কেমেৰাত ১০৫টা প্ৰণামী চুৰিৰ কাণ্ড ধৰা পৰিছে। তদন্তত এতিয়ালৈকে যিবোৰ বিষয় উত্থাপন হৈছে, প্ৰণামী চুৰি সন্দৰ্ভত কি প্ৰমাণ পোৱা গৈছে সেই বিষয়েও আদালতক অৱগত কৰা হয়। ষ্টেটাছ ৰিপ’ৰ্টত চিচিটিভিৰ ফুটেজ আৰু অন্যান্য প্ৰমাণ কেনেকৈ বিশ্লেষণ কৰি অভিযুক্তক চিনাক্ত কৰা হৈছে সেই বিষয়েও উল্লেখ কৰা হৈছে।

উল্লেখ্য যে ৰাম মন্দিৰৰ প্ৰণামী চুৰিৰ ঘটনা প্ৰথম পোহৰলৈ আহিছিল যোৱা ৭ জুনত। বিষয়টোক লৈ হুলস্থুল আৰম্ভ হোৱাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে এই ঘটনাৰ সম্পূৰ্ণ তদন্ত কৰা হ’ব। উত্তৰ প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। পিছত ২০ জুলাইত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত এখন বিচাৰপীঠে বিশেষ তদন্তকাৰী দলটোৰ কিছু পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়ায়। সেই অনুসৰি ২৬ জুলাইত লক্ষ্ণৌ ৰেঞ্জৰ মহাপৰিদৰ্শক কিৰণ এছক দলটোৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ লগতে অযোধ্যাৰ ডিআইজি সোমেন বাৰ্মা আৰু এছএছপি গৌৰৱ গ্ৰ’ভাৰকো দলত নিযুক্তি দিয়া হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RamMandir
Share4Tweet3Send

Related Posts

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

by News Desk
September 23, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur
National-International

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
50
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

1 Dead, 6 Injured As Car Skids On Purvanchal Expressway In Sultanpur

September 23, 2026
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d