JK terrorist attack I কাশ্মীৰৰ কুলগামত চিআৰপিএফ পোষ্টত সন্ত্ৰাসবাদীৰ আক্ৰমণ, অসমৰ এজনকে ধৰি ৩ জোৱান আহত
জম্মু-কাশ্মীৰত আন এক সন্ত্ৰাসবাদী আক্ৰমণ (JK terrorist attack)। বুধবাৰে কাশ্মীৰৰ কুলগামত চিআৰপিএফৰ তালাচী চকীত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। এজন সেনা বিষয়াই ...





