Srinagar pollution I প্ৰদূষণৰ তালিকাৰ শীৰ্ষত ভূ-স্বৰ্গ শ্ৰীনগৰ, এটা ব্যক্তিগত সংস্থাৰ আচৰিত তথ্য
পৃথিৱীৰ স্বৰ্গ হিচাপে পৰিচিত শ্ৰীনগৰ এতিয়া বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ (Srinagar pollution) তালিকাত শীৰ্ষস্থান দখল কৰিছে। এনে চাঞ্চল্যকৰ তথ্য বেচৰকাৰী ...







