Russian aircraft crash I চাইবেৰিয়াত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ বোমাৰু বিমান
চাইবেৰিয়াৰ ইৰকুটস্ক অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত ৰাছিয়াৰ ছুপাৰছনিক বোমাৰু বিমান টিউ-২২৩ (Russian Aircraft Crash)। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত ...







