NE-RACE portal launches by Jyotiraditya Scindia । উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলৰ বাবে এন ই-ৰেচ পৰ্টেল-মোবাইল এপ মুকলি
উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলৰ সুবিধাৰ বাবে শুকুৰবাৰে কেন্দ্ৰীয় উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই (Jyotiraditya Scindia) মুকলি কৰে এক নতুন ডিজিটেল প্লেটফৰ্ম। উত্তৰ-পূৰ্বাঞ্চলৰ ...







