ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
May 9, 2023
Reading Time: 1 min read
A A
0
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক গ্ৰেপ্তাৰ

RELATED POSTS

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী (Former Prime Minister of Pakistan) ইমৰান খানক গ্ৰেপ্তাৰ (Imran Khan arrested)। মঙলবাৰে পুৱা ইছলামবাদ উচ্চ ন্যায়ালয়ৰ সন্মুখৰ পৰা পাক অৰ্ধসামৰিক ৰেঞ্জাৰসকলে তেওঁক নিজৰ জিম্মাত লয়।
ভূমি কেলেংকাৰীৰ সৈতে জড়িত গোচৰৰ বাবে পাকিস্তান তেহৰিক-এ-ইনছাফৰ অধ্যক্ষ ইমৰাণক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে।

গ্ৰেপ্তাৰৰ পিছত ইমৰাণক ৰেঞ্জাৰসকলে প্ৰহাৰ কৰাৰো অভিযোগ। ইয়াৰ পিছতে তেওঁক এখন গাড়ীত উঠাই অচিনাকি স্থানলৈ লৈ যোৱা হয় বুলি স্থানীয় সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে।

pak1 | ASSAM TIMES POST

ইমৰাণৰ দল পাকিস্তান তেহৰিক-এ-ইনছাফৰ উপ-সভাপতি ফাৱাদ চৌধুৰীয়ে কয় যে ইমৰাণক পাকিস্তান ৰেঞ্জাৰে বলপূৰ্বকভাৱে লৈ গৈছে। তেওঁৰ অধিবক্তা ফৈজল চৌধুৰীকো আক্ৰমণ কৰা হয়। কিন্তু প্ৰশাসনৰ সূত্ৰৰ মতে, গ্ৰেপ্তাৰৰ পিছত ইমৰাণক উচ্চ ন্যায়ালয়ৰ চৌহদৰ বাহিৰলৈ লৈ গৈ ৰেঞ্জাৰসকলে আৰক্ষীক গতাই দিয়ে।

শেহতীয়াকৈ আল কাদিৰ ট্ৰাষ্টৰ মাটি দখল কৰাৰ অভিযোগত ইমৰাণৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল। সেই গোচৰৰ জামিন বিচাৰি মঙলবাৰে পুৱা ইছলামবাদ উচ্চ ন্যায়ালয়লৈ গৈছিল। ইমৰাণৰ সমৰ্থকে গ্ৰেপ্তাৰত বাধা দিয়াৰ লগে লগে উচ্চ ন্যায়ালয়ৰ চৌহদত তেওঁলোকৰ সৈতে ৰেঞ্জাৰছৰ সংঘৰ্ষ হয়।

ইয়াৰ পূৰ্বে নিম্ন আদালতে সেই গোচৰত তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। অভিযোগ অনুসৰি, ইমৰাণ আৰু তেওঁৰ পত্নী মানেকাৰ মালিকানাধীন ট্ৰাষ্টে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত এটা বাণিজ্যিক কোম্পানীৰ পৰা প্ৰায় ৫৩ কোটি টকাৰ মাটি অবৈধভাৱে লৈছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Former Pakistan Prime MinisterImran khanইমৰাণ খানপাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী
Share4Tweet3Send

Related Posts

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

by News Desk
October 1, 2026
50
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
50
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
50
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

ADVERTISEMENT
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority
Assam

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
50
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026
50
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

October 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d