ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

কৰ্ণাটকত আৰু ২৪ মন্ত্ৰীৰ শপত গ্ৰহণ, পূৰ্ণাংগ হ’ল সিদ্দাৰমাইয়াৰ মন্ত্ৰীসভা

নিউজ ডেস্কঃ

News Desk by News Desk
May 27, 2023
Reading Time: 1 min read
A A
0
কৰ্ণাটকত আৰু ২৪ মন্ত্ৰীৰ শপত গ্ৰহণ, পূৰ্ণাংগ হ’ল সিদ্দাৰমাইয়াৰ মন্ত্ৰীসভা

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

কৰ্ণাটক (Karnataka)ৰ সিদ্দাৰমাইয়া মন্ত্ৰীসভাত (Siddaramaiah Cabinet) আৰু ২৪ গৰাকীক নিযুক্তি দিয়া হয়। যোৱা শনিবাৰে সিদ্দাৰমাইয়া, ডি কে শিৱকুমাৰকে ধৰি দহজন লোকে শপত গ্ৰহণ কৰিছিল। আজিৰ দিনটোত আৰু ২৪ জনে শপত গ্ৰহণ কৰে। ৰাজ্যপাল থাবৰচান্দ গেহলটে বিধান সৌধ ভৱনত ২৪ জন মন্ত্ৰীক শপত গ্ৰহণ (Swearing-in of 24 ministers) কৰায়। শনিবাৰে শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি দীনেশ গুণ্ডু ৰাও, কৰ্ণাটক যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কৃষ্ণ বাইৰে গৌড়া, মহিলা কংগ্ৰেছৰ নেত্ৰী লক্ষ্মী হেব্বলকাৰ, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী এছ আৰ বাংগাৰপ্পাৰ পুত্ৰ মধু, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ঈশ্বৰ খাণ্ডেৰে, এইচ কে পাটিল, কে ভেংকটেশ ৷

kar 1 | ASSAM TIMES POST

বিধানসভা নির্বাচনৰ পূর্বে বিজেপিৰ পৰা কংগ্রেছত যোগদান কৰা প্রাক্তন মুখ্যমন্ত্রী জগদীশ শেট্টাৰ আৰু প্রাক্তন উপ-মুখ্যমন্ত্রী লক্ষ্মণ সভাৰীয়ে মন্ত্ৰীসভাত স্থান নাপালে৷ শেট্টাৰ পৰাজিত হয় যদিও কংগ্ৰেছ প্ৰাৰ্থী হিচাপে লক্ষ্মণ জয়ী হয়। এই দিনটোতে শিৱানন্দ পাটিল, ৰমাপ্পা বালাপ্পা টিম্মাপুৰ, এছ এছ মল্লিকাৰ্জুন, শিৱৰাজ সংগপ্পা, মানকাল বৈদ্য, ডি সুধাকৰ, সন্তোষ লাদ, বি নগেন্দ্ৰ আদিয়ে শপত গ্ৰহণ কৰে। শপত গ্ৰহণ কৰা ২৪ জন মন্ত্ৰীৰ ভিতৰত ২৩ জন বিধায়ক বা বিধান পৰিষদৰ সদস্য।

একমাত্ৰ ব্যতিক্ৰম হৈছে কংগ্ৰেছ হাইকমাণ্ডৰ ঘনিষ্ঠ এন এছ বছেৰাজু। লিংগায়ত সম্প্ৰদায়ৰ ৬ গৰাকী বিধায়কক কেবিনেটত অন্তৰ্ভুক্ত কৰা হৈছে। ভোক্কালিগা সম্প্ৰদায়ৰ চাৰিজন মন্ত্ৰীয়েও স্থান লাভ কৰে। ইয়াৰ উপৰি কেবিনেটত অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিও আছে। কৰ্ণাটক বিধানসভাৰ আসনৰ সংখ্যা ২২৪খন। ইয়াৰে ১৫ শতাংশ অৰ্থাৎ সংসদীয় নিয়ম অনুসৰি ৩৪ জন মন্ত্ৰী হʼব পাৰে। আজিৰ দিনটোতে উক্ত ‘কোটা’ পূৰণ হয়৷

Tags: KarnatakaSiddaramaiah Cabinetসিদ্দাৰমাইয়া মন্ত্ৰীসভা
Share4Tweet3Send

Related Posts

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

by News Desk
August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

by News Desk
August 10, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT