ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

মন্ত্ৰী নন্দিতাই পৰিদৰ্শন কৰিলে চৰকাৰী বিদ্যালয় : ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময়

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
June 17, 2023
Reading Time: 1 min read
A A
0
মন্ত্ৰী নন্দিতাই পৰিদৰ্শন কৰিলে চৰকাৰী বিদ্যালয় : ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময়

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

অসম চৰকাৰৰ শক্তি, নৃতত্ত্ব, ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী নন্দিতা গৰ্লোচা (Minister Nandita Garlosa) আজি হঠাৎ আহি ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় (Diphu Government Boys Higher Secondary School) আৰু বালিকা বিদ্যালয়ত (Girls’ School) উপস্থিত (Present) হয়৷ মন্ত্ৰীগৰাকীয়ে বিদ্যালয় দুখন পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰীৰ লগত মত-বিনিময় কৰাৰ লগতে শিক্ষাগুৰুসকলৰ লগতো মত বিনিময় কৰে৷ চৰকাৰী বালক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীক বিভিন্ন প্ৰশ্ন কৰাৰ লগতে পৰবৰ্তী সময়ত আহিলে প্ৰাণীবিজ্ঞানৰ এটা শ্ৰেণীত তেওঁ পাঠদান কৰিম বুলি কয় ৷

schoolp1 1 | ASSAM TIMES POST

একেদৰে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মত-বিনিময় কৰি পঢ়াৰ বাহিৰে কোনে কোনে খেলাধূলা কৰি ভাল পাই, কাৰ প্ৰফেচনেল খেলুৱৈ হোৱাৰ মন আছে জানিব বিছাৰে৷ এগৰাকী ছাত্ৰই তেওঁ প্ৰফেচনেল ফুটবল খেলুৱৈ হ’ব বুলি কয়৷ আন কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন খেলৰ প্ৰতি থকা নিজৰ আগ্ৰহৰ কথা দোহাৰে৷ মন্ত্ৰীগৰাকীয়ে কিদৰে খেলক প্ৰফেচন হিচাবে লৈ জীৱনৰ বাটত আগবাঢ়িব পাৰি তাক কয়৷

schoolp2 1 | ASSAM TIMES POST

উল্লেখ যে এসময়ক কলেজৰ প্ৰবক্তা নন্দিতা গাৰ্লোচাই এতিয়াও হাফলঙলৈ গ’লে সময় পালেই কলেজত এটা ক্লাছ কৰি সুখ অনুভৱ কৰে৷ মন্ত্ৰী নন্দিতা গাৰ্লোচা বিদ্যালয়লৈ আহি ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰাত অধ্যক্ষ হিলাৰী তেৰাঙে ধন্যবাদ জ্ঞাপন কৰে৷

Tags: NanditaGarlosaনন্দিতাগৰ্লোচা
Share4Tweet3Send

Related Posts

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ
KARBI ANGLONG

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

by Staff Reporter
May 20, 2026
50
ৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র, ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়া দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰ
KARBI ANGLONG

ৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র, ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়া দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰ

by Staff Reporter
May 19, 2026
50
আইঅচিডি য়ে 20 মেত আহ্বান কৰা ৰাষ্ট্ৰব্যাপি বন্ধত জিলা মিডিচিন ডীলাৰ সন্স্থাৰ সমৰ্থন, ৰাইজৰ সুবিধাৰ্থে ডিফুত 4 খন ফাৰ্মাচী খোলা হব- কামডা
KARBI ANGLONG

আইঅচিডি য়ে 20 মেত আহ্বান কৰা ৰাষ্ট্ৰব্যাপি বন্ধত জিলা মিডিচিন ডীলাৰ সন্স্থাৰ সমৰ্থন, ৰাইজৰ সুবিধাৰ্থে ডিফুত 4 খন ফাৰ্মাচী খোলা হব- কামডা

by Staff Reporter
May 19, 2026
50
Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট
KARBI ANGLONG

Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

by News Desk
May 18, 2026
50
ADVERTISEMENT
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
50
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ
National-International

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
50
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা
National-International

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026
50
Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ
National-International

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx