ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Deshbhakti Diwas observed I ডিফু তথ্য আৰু জন সংযোগ বিভাগৰ কাৰ্যালয়ত দেশভক্তি দিৱস পালন

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু :

News Desk by News Desk
July 28, 2023
Reading Time: 1 min read
A A
0
Deshbhakti Diwas observed I ডিফু তথ্য আৰু জন সংযোগ বিভাগৰ কাৰ্যালয়ত দেশভক্তি দিৱস পালন

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

কাৰ্বি আংলং (Karbi Anglong) জিলাতো আজি দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যুৰ দিৱসৰ (Death anniversary of Tarun Ram Phukan) লগত সংগতি ৰাখি ‘দেশভক্তি দিৱস’ পালন (Deshbhakti Diwas observed) কৰা হয়। এই উপলক্ষে ডিফু-লামডিং পথৰ ৰংকিমিত অৱস্হিত জিলা তথ্য আৰু গণ সংযোগ বিভাগৰ কাৰ্য্যালয়ত দেশভক্ত তৰুণ ৰাম ফুকনৰ প্ৰতিকৃতিক মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্রদথাৰে নিবেদন কৰে ক্রমে বিভাগীয় উপ সঞ্চালক গগন নাৰ্জাৰী, তথ্য আৰু গন সংয়োগ বিষয়া উৎপল ডিমাছা, কাৰ্বি লামমেত আমেইৰ উপদেষ্টা লিলাধৰ তেৰন আৰু সংশ্লিষ্ট বিভাগৰ কৰ্মকৰ্তাসকলে।

 দেশভক্তি দিৱস পালন
ডিফু তথ্য আৰু জন সংযোগ বিভাগৰ কাৰ্যালয়ত দেশভক্তি দিৱস পালন:

অনুষ্ঠানত বিভাগীয় উপ-সঞ্চালক গগন নাৰ্জাৰী, জিলা তথ্য আৰু গণ সংযোগ বিভাগৰ বিষয়া উৎপল ডিমাছা আৰু কাৰ্বি লামমেত আমেইৰ উপদেষ্টা লিলাধৰ তেৰনে দেশভক্ত তৰুণ ৰাম ফুকনৰ জীৱন আৰু কৰ্মৰ বিষয়ত উল্লেখ কৰি 1877 চনত 22 জানুৱাৰীত গুৱাহাটীৰ ভৰলুমুখত জন্ম গ্ৰহণ কৰা তৰুণ ৰাম ফুকনে অসমৰ জনসাধাৰণৰ মাজত স্বদেশ প্ৰেমৰ বাৰ্তা প্ৰচাৰ কৰিছিল বুলি মন্তব্য কৰে।

বক্তাসকলে তৰুণ ৰাম ফুকনৰ আদৰ্শ, ত্যাগ আৰু স্বদেশ প্ৰেমৰ বাবে সদায় ৰাইজৰ মাজত প্ৰেৰণা উৎস হৈ ৰ’ব বুলিও আশা প্ৰকাশ কৰে।

Tags: DeshbhaktiDiwasTarunRamPhukanতৰুণৰামফুকনমৃত্যুৰদিৱসদেশভক্তিদিৱস'পালন
Share4Tweet3Send

Related Posts

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT