ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Economy

Cancelation of 2000 currency I বজাৰত এতিয়াও প্ৰচলন প্ৰায় ১০ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট

নিউজ ডেস্কঃ

News Desk by News Desk
December 1, 2023
Reading Time: 1 min read
A A
0
Cancelation of 2000 currency I বজাৰত এতিয়াও প্ৰচলন প্ৰায় ১০ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

২০০০ টকাৰ নোট (Rs 2,000 notes) বজাৰত নাথাকিব বুলি জাৰি কৰা হৈছিল নিৰ্দেশ। ফলত দেশৰ জনসাধাৰণে তেওঁলোকৰ হাতত থকা ২০০০ টকাৰ নোট বেংকত জমা দিয়ে। কিন্তু তাৰ মাজতে প্ৰকাশ পাইছে অন্য এক খবৰ। শুকুৰবাৰে আৰবিআয়ে (RBI) জনোৱা মতে, বজাৰত এতিয়াও প্ৰচলিত হৈ আছে ন হাজাৰ সাতশ ষাঠি কোটিৰ দুহাজাৰ টকীয়া নোট। ৯৭.২৬ শতাংশ নোট অক্ষত অৱস্থাত বেংকলৈ ঘূৰি আহে। কিন্তু এতিয়াও ইমান সংখ্যক নোট আহিবলৈ বাকী (Notes are yet to return to the bank) আছে।

বজাৰত এতিয়াও প্ৰচলন প্ৰায় ১০ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট
বজাৰত এতিয়াও প্ৰচলন প্ৰায় ১০ হাজাৰ কোটিৰ ২০০০ টকীয়া নোট:

১৯ মে’ত আৰবিআয়ে ঘোষণা কৰিছিল যে ২০০০ টকীয়া সকলো নোট বজাৰৰ পৰা উলিওৱা হ’ব। কিন্তু এতিয়াও বজাৰত থকা ২০০০ টকীয়া নোটৰ পৰিমাণক লৈ চিন্তিত হৈ পৰিছে আৰবিআই। ২০০০ টকীয়া সকলো নোট জমা দিয়াৰ শেষ তাৰিখ আছিল ৩০ ছেপ্টেম্বৰ। পিছলৈ এই সময়সীমা ৭ অক্টোবৰলৈ বৃদ্ধি কৰা হয়। উল্লেখযোগ্য যে ২০১৬ চনত প্ৰথমবাৰৰ বাবে বজাৰলৈ আহিছিল ২০০০ টকীয়া নোট। সেই সময়ত বজাৰৰ পৰা এহাজাৰ আৰু পুৰণি পাঁচশ টকীয়া নোট বাতিল কৰা হৈছিল।

Tags: 2000currencyNote২০০০টকীয়ানোট
Share4Tweet3Send

Related Posts

US additional duty : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ : যুদ্ধৰ বজাৰত ট্ৰাম্পৰ ক্ৰোধৰ সন্মুখীন ৬০ খন দেশ
Economy

by News Desk
June 3, 2026
50
Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ
Economy

Value of Indian currency : টকাৰ পতনত অভিলেখ : ইতিহাসৰ প্ৰথমবাৰ চেঞ্চুৰীৰ পথত ডলাৰ

by News Desk
May 18, 2026
50
PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?
Economy

PM Modi : এবছৰৰ বাবে দেশবাসীক সোণ ক্ৰয়ত কিয় বাৰণ কৰিছে প্ৰধানমন্ত্ৰীয়ে?

by News Desk
May 11, 2026
50
Indian Economy : ইৰান-ইজৰাইল যুদ্ধই ভাৰতীয় অৰ্থনীতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ, জিডিপি বৃদ্ধিৰ হাৰ ১% হ্ৰাস পোৱাৰ সম্ভাৱনা

April 1, 2026
50
Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম
Economy

Indian currency weak : মধ্যপ্ৰাচ্যত যুদ্ধৰ বাবে কমিছে টকাৰ দাম

by News Desk
March 9, 2026
50
World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি
Economy

World economy : আৰু মাত্ৰ কিছুদিনৰ পাছত ভাঙি পৰাৰ সম্ভাৱনা বিশ্বৰ অৰ্থনীতি

by News Desk
March 7, 2026
50
ADVERTISEMENT
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ
KARBI ANGLONG

Dead body Recovered : বকলিয়াঘাটত উদ্ধাৰ সন্ধানহীন হৈ থকা শিক্ষকৰ মৃতদেহ, হত্যাৰ সন্দেহ পরিয়ালৰ

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT