ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নৱবৰ্ষত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে ৰাজকুমাৰ ৰাওঁঃ

Staff Reporter by Staff Reporter
January 2, 2020
Reading Time: 1 min read
A A
0
নৱবৰ্ষত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে ৰাজকুমাৰ ৰাওঁঃ

২০১০ চনত মুক্তিপ্ৰাপ্ত বলীউড ছবি “ৰণ” ৰ পৰা নিজ কেৰিয়াৰৰ আৰম্ভণি কৰা ৰাজকুমাৰ ৰাওঁয়ে বিগত দহ বছৰত নিজ অভিনয়েৰে বহু দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈ পৰিছে। কেইবাখনো চুপাৰহিট ছবিৰে অভিনেতা গৰাকীয়ে এজন সুদক্ষ শিল্পী ৰূপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।

RELATED POSTS

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

925938311s | ASSAM TIMES POST

                                                                     ৰাষ্ট্ৰীয় ক্ষেত্ৰৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎ কাৰত অভিনেতা গৰাকীয়ে ছবি “জৰ্জমেন্টেল হে ক্যা” ত এক ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ন কৰা বুলি কোৱাৰ লগতে তেওঁ কয় যে “মই কেতিয়াও ছবি সমূহ বস্ক অফিচৰ বাবে নকৰো, ছবিৰ কাহিনীয়ে মোক উৎসাহিত কৰিব পাৰিব লাগিব। উক্ত ছবিখনে মোক সেই চৰিত্ৰটো কৰিবলৈ সুবিধা দিলে; যাক দৰ্শকেও যথেষ্ট পচন্দ কৰিছে।”

Rajkummar Rao 2 | ASSAM TIMES POST

ইয়াৰ উপৰিও অভিনেতা গৰাকীয়ে নৱবৰ্ষত আহিবলগীয়া কিছু ছবিৰো উল্লেখ কৰি নিজৰ মত ব্যক্ত কৰে। পোনপ্ৰথমবাৰৰ ৰাজকুমাৰ ৰাওঁয়ে ৰোমিন বহৰানীৰ নিৰ্দেশনাত নিৰ্মিত হলীউড ছবি “দা ৱাইট টাইগাৰ” ত অভিনয় কৰিবলৈ সুবিধা লাভ কৰিছে। তেওঁৰ আহিবলগীয়া বলীউড ছবিসমূহতো তেওঁৰ চৰিত্ৰবোৰ ইটোৰ লগত সিটোৰ মিল নাই বুলি মন্তব্য প্ৰকাশ কৰে। গতিকে, ক’বলৈ গ’লে নতুন বছৰত ৰাইজক নতুনত্ব দিয়াৰ মানসেৰে আগবাঢ়িছে ৰাজকুমাৰ ৰাওঁ।

SOURCE:https://rupaliparda.com/archives/9086

Tags: bollywood cinemabollywood filmbollywood moviebollywood newsRajkumar Rao
Share5Tweet3Send

Related Posts

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

by Staff Reporter
June 17, 2026
50
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক
National-International

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

by Staff Reporter
June 17, 2026
50
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
ADVERTISEMENT
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT