ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

দীপিকাৰ জন্মদিনত নাথাকিব কোনো “গ্ৰেন্ড পাৰ্টী”-

Staff Reporter by Staff Reporter
January 3, 2020
Reading Time: 1 min read
A A
0
দীপিকাৰ জন্মদিনত নাথাকিব কোনো “গ্ৰেন্ড পাৰ্টী”-

RELATED POSTS

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন বৰ্তমান তেওঁৰ আগন্তুক ছবি “ছপাক” ৰ প্ৰমোচনত ব্যস্ত হৈ পৰিছে। “এচিড এটেক” ৰ পৰা নিজৰ জীৱন বচোৱা সাহসী লক্ষ্মী আগৰৱালৰ জীৱন কাহিনীৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে “ছপাক” ৰ কাহিনীভাগ।

https://www.instagram.com/p/B6zmBBdjDDI/?utm_source=ig_web_copy_link

77072046 245523269769127 3261568436689400359 n | ASSAM TIMES POST

                                     উক্ত ছবিখন চলিত মাহৰ ১০ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব। কিন্তু, তাৰ আগেয়ে দীপিকা পাডুকনে ৫ জানুৱাৰীত নিজ জন্মদিন উদযাপন কৰিব। ব্যতিক্ৰমী ধৰণেৰে নিজ ৩৪ সংখ্যক জন্মদিন উদযাপন কৰিব অভিনেত্ৰী গৰাকীয়ে।

74647517 562908387836097 6506996696228636045 n | ASSAM TIMES POST

                                                        কোনো ধৰণৰ “গ্ৰেন্ড পাৰ্টী” ৰ আয়োজন নকৰে দীপিকা পাডুকনে। এইবাৰৰ জন্মদিনটো তেওঁ “এচিড এটেক” ৰ দ্বাৰা জৰ্জৰিত মহিলাসকলৰ সৈতে উদযাপন কৰিব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি অনুসৰি, অভিনেত্ৰী গৰাকী লক্ষ্ণৌ স্থিত “শীৰোজ কেফে” ত উপস্থিত থাকিব; যি কেফে এচিডৰ এটেক মহিলা সকলে চলায়।

SOURCE:https://rupaliparda.com/archives/9120

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: bollywood actressbollywood cinemabollywood filmbollywood newsDeepika Padukone
Share5Tweet3Send

Related Posts

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

by News Desk
October 1, 2026
50
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
50
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
50
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি
National-International

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

by News Desk
October 1, 2026
50
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী
National-International

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

by News Desk
October 1, 2026
50
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

by News Desk
October 1, 2026
50
ADVERTISEMENT
Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ
KARBI ANGLONG

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

October 1, 2026
50
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority
Assam

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
50
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

Dumper accident : কয়লামাটিত দুর্ঘটনাগ্ৰস্ত দুই ডাম্পাৰ

October 1, 2026
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d