ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

News Desk by News Desk
May 6, 2026
Reading Time: 1 min read
A A
0
Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

অসম গণ পৰিষদৰ (Assam Gana Parishad) বিধায়িনী দলৰ নেতা (Leader of the legislative party) হিচাপে নিৰ্বাচিত (Elected) হৈছে দলটোৰ সভাপতি তথা বোকাখাতৰ বিধায়ক অতুল বৰা (Atul Bora, MLA)। বুধবাৰে গুৱাহাটীৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অগপৰ বিধায়িনী দলৰ বৈঠকত তেওঁক সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰা হয়৷ উল্লেখ্য যে এইবাৰো এনডিএ চৰকাৰৰ অংশীদাৰ হ’বলৈ আগবঢ়িছে অসম গণ পৰিষদ দল৷

a | ASSAM TIMES POST
অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

আনহাতে, অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তক বিধায়িনী দলৰ উপ-দলপতি হিচাপে নিৰ্বাচিত কৰা হৈছে৷ একেদৰে সচিবৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে ডিমৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ডঃ তপন দাসক৷ ইয়াৰ উপৰি মুখ্য সচেতকৰ দায়িত্ব দিয়া হৈছে বজালী সমষ্টিৰ পৰা বিধায়ক ধৰ্মেশ্বৰ ৰয়ক৷ উল্লেখ্য যে এই বৈঠকতে এক প্ৰস্তাৱযোগে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰা হয়।

উল্লেখ্য যে এইবাৰৰ নিৰ্বাচনত অসম গণ পৰিষদে ২৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ১০ খন আসনতহে জয়লাভ কৰিবলৈ সক্ষম হয়। নিৰ্বাচিত বিধায়কসকল হৈছে বিলাসীপাৰা সমষ্টিৰ জীৱেশ ৰয়, বঙাইগাঁও সমষ্টিৰ দিপ্তিময়ী চৌধুৰী, বৰপেটা সমষ্টিৰ দীপক কুমাৰ দাস, বজালী সমষ্টিৰ ধৰ্মেশ্বৰ ৰয়, হাজো-শুৱালকুছি সমষ্টিৰ প্ৰকাশ চন্দ্ৰ দাস, ডিমৰীয়া সমষ্টিৰ ডঃ তপন দাস, কলিয়াবৰ সমষ্টিৰ কেশৱ মহন্ত, তেজপুৰ সমষ্টিৰ পৃথ্বীৰাজ ৰাভা, টীয়ক সমষ্টিৰ বিকাশ শইকীয়া আৰু বোকাখাত সমষ্টিৰ অতুল বৰা।

Tags: atulbora
Share4Tweet3Send

Related Posts

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
Assam’s Haflong College Students Protest Alleged Exam Irregularities
Assam

Assam’s Haflong College Students Protest Alleged Exam Irregularities

by Staff Reporter
June 8, 2026
50
Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে
Assam

Assam Gurdian ministers : অসম চৰকাৰে কোন জিলাৰ কাক অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিলে

by News Desk
June 7, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx