ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Narcotics seized : লাহৰিজানত ৫০ লক্ষাধিক মূল্যৰ কানি জব্দ

News Desk by News Desk
May 16, 2026
Reading Time: 1 min read
A A
0
Narcotics seized : লাহৰিজানত ৫০ লক্ষাধিক মূল্যৰ কানি জব্দ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

পুৰণি লাহৰিজানত আৰক্ষী (Lahorijan police)ৰ অভিযানত জব্দ বুজন পৰিমাণৰ নিষিদ্ধ কানি (Narcotics seized)। এই ঘটনাত আৰক্ষীৰ এজন লোকক আটক।
শনিবাৰে ডিলাই থানাৰ অধীনস্থ পুৰণি লাহৰিজান আৰক্ষী চকীৰ অধীনস্থ ছয় মাইলত আৰক্ষীয়ে এক তালাচী অভিযান চলায়। এই অভিযানত মণিপুৰৰ দিশৰ পৰা ৰাজস্থান অভিমুখী GJ-02-DP-7022 পঞ্জীয়ন নম্বৰৰ টাটা হেৰিয়াৰ বাহনখনত তালাচী চলায়।

p1 | ASSAM TIMES POST
লাহৰিজানত ৫০ লক্ষাধিক মূল্যৰ কানি জব্দ

তালাচীৰ সময়ত চালকৰ আসনৰ তলৰ পৰা আৰক্ষীয়ে নিষিদ্ধ কানিখিনি উদ্ধাৰ কৰে। ১০টা পেকেটত প্ৰায় ৯.৮০৩ কেজি নিষিদ্ধ কানি জব্দ কৰে। ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গুজৰাটৰ মেহছানা জিলাৰ ববালীপুল মায়া বজাৰ অঞ্চলৰ মাংগিলালৰ পুত্ৰ জগদীশ ৰাম নামৰ লোকজনক আৰক্ষীয়ে আটক কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে।

Tags: Narcoticsseized
Share4Tweet3Send

Related Posts

Census campaign : কার্বি আংলং জিলা আয়ুক্তৰ আগন্তুক লোকপিয়ল অভিযানৰ প্ৰস্তুতিৰ পৰ্যালোচনা সভা
KARBI ANGLONG

by News Desk
May 20, 2026
50
হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।
KARBI ANGLONG

হাওৰাঘাটত আৰক্ষীয়ে আটক কৰিলে ছয়টাকৈ গভাইত গৰুচোৰ।

by Staff Reporter
May 20, 2026
50
কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ
KARBI ANGLONG

কাৰ্বি পাহাৰত “বাধাহীন শিক্ষাৰ”লক্ষ্যৰে ডিফুৰ, ডিএভিএছএসএস(DAVHSS) বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়া বাই- চাইকেল বিতৰণ

by Staff Reporter
May 20, 2026
50
ৰাজ্যত সক্রিয় যুৱতী সৰবৰাহকাৰী চক্র, ডিফুৰ দুই নাবালিকাক পলুৱাইনিয়া দিল্লীৰ তিনি যুৱকক বঙাইগাঁৱত গ্রেপ্তাৰ

May 19, 2026
50
আইঅচিডি য়ে 20 মেত আহ্বান কৰা ৰাষ্ট্ৰব্যাপি বন্ধত জিলা মিডিচিন ডীলাৰ সন্স্থাৰ সমৰ্থন, ৰাইজৰ সুবিধাৰ্থে ডিফুত 4 খন ফাৰ্মাচী খোলা হব- কামডা

Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট
KARBI ANGLONG

Minor rape case : শিশু ধৰ্ষণৰ অভিযোগত খটখটীত গ্ৰেপ্তাৰ দুই লম্পট

by News Desk
May 18, 2026
50
ADVERTISEMENT
Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ
NORTHEAST

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
50
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ
National-International

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ
National-International

Prashant Kishore : ‎’বৈৰাগী’ হোৱাৰ সম্ভাৱনা নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ

May 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

Manipur Bandh : মণিপুৰত বন্ধ ৪৮ ঘণ্টালৈ বৃদ্ধি কুকি ইনপিৰ

May 21, 2026
C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

C Joseph Vijoy : মুখ্যমন্ত্ৰী বিজয় নেতৃত্বাধীন তামিলনাডু চৰকাৰৰ সম্প্ৰসাৰণ : ৫৯ বছৰৰ পিছত চৰকাৰত কংগ্ৰেছ

May 21, 2026
Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

Pulwama attack case : অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত পুলৱামা আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড হামজা

May 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT