ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

News Desk by News Desk
June 9, 2026
Reading Time: 1 min read
A A
0
‎PM Safe Motherhood Campaign : হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

সুৰক্ষিত গৰ্ভধাৰণ আৰু স্বাস্থ্যকৰ মাতৃত্ব সুনিশ্চিত কৰাৰ লক্ষ্যৰে আজি পশ্চিম কাৰ্বি আংলঙতো (West Karbi Anglong) ‘প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান’ৰ (Prime Minister Safe Motherhood Campaign) দশম বৰ্ষপূৰ্তি উদ্‌যাপন (10th anniversary celebration) কৰা হয়। প্ৰতিগৰাকী প্ৰসূতি মাতৃক গুণগত মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ সংকল্পৰে জিলাখনৰ সকলো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰত বিশেষ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। এই শিবিৰসমূহত গৰ্ভৱতী মহিলাসকলক বিনামূলীয়াকৈ আৰু মানসম্পন্ন প্ৰসৱপূৰ্বৰ যতন (এএনচি) সেৱা প্ৰদান কৰা হৈছে। যাৰ ভিতৰত আছিল প্ৰাথমিক পঞ্জীয়ন, স্বাস্থ্য পৰীক্ষা, পৰামৰ্শদান, পৰীক্ষাগাৰৰ পৰীক্ষা-নিৰীক্ষা আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ। জিলাখনৰ চিকিৎসক, স্ত্ৰী ও প্ৰসূতি ৰোগ বিশেষজ্ঞ, কমিউনিটি হেল্থ অফিচাৰ, নাৰ্ছ, আশা কৰ্মী আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলে একগোট হৈ এই কাৰ্যসূচীটোক সাফল্যমণ্ডিত কৰি তোলে।

হামৰেণ জিলা চিকিৎসালয়ত (Hamren District Hospital) অনুষ্ঠিত জিলা পৰ্যায়ৰ উদযাপন কাৰ্যসূচীত গৰ্ভৱতী মহিলাসকলৰ বাবে সজাগতা আৰু পৰামৰ্শদান সভাৰ আয়োজন কৰা হয়। ইয়াত সুৰক্ষিত মাতৃত্ব আৰু সুস্থ নৱজাতকৰ বাবে গৰ্ভধাৰণৰ প্ৰাৰম্ভিক পঞ্জীয়ন, নিয়মীয়া প্ৰসৱপূৰ্ব পৰীক্ষা, সঠিক পুষ্টি আৰু প্ৰতিষ্ঠানিক প্ৰসৱৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰা হয়। এই উপলক্ষে জিলা আঁচনি প্ৰবন্ধক হিল্টন শইকীয়াই মাতৃস্বাস্থ্য সেৱাৰ প্ৰতি জিলাখনৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে।

ka1 2 | ASSAM TIMES POST
হামৰেণত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ দশম বৰ্ষপূৰ্তি উদ্‌যাপন

তেওঁ কয় যে এই উদ্‌যাপনে জিলা স্বাস্থ্য বিভাগ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সামূহিক প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে, যাৰ উদ্দেশ্য হৈছে বিশেষকৈ দূৰৱৰ্তী তথা দুৰ্গম অঞ্চলত বসবাস কৰা কোনো এগৰাকী গৰ্ভৱতী মহিলাই যাতে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হ’বলগীয়া নহয়। তেওঁ লগতে উল্লেখ কৰে যে ২০২২ চনত প্ৰৱৰ্তন কৰা সম্প্ৰসাৰিত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ নীতিয়ে উচ্চ বিপদাশংকাযুক্ত গৰ্ভধাৰণৰ নিৰীক্ষণ আৰু অনুসৰণ ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তুলিছে, যাৰ ফলত সময়মতে চিকিৎসাৰ হস্তক্ষেপ আৰু সুৰক্ষিত ফলাফল নিশ্চিত হৈছে।

২০১৬ চনত ৯ জুনত শুভাৰম্ভ হোৱাৰ পিছৰে পৰা, প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ উচ্চ বিপদাশংকাযুক্ত গৰ্ভধাৰণসমূহ সময়মতে চিনাক্ত আৰু ব্যৱস্থাপনা সুনিশ্চিত কৰি সমগ্ৰ দেশতে মাতৃস্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে। বিগত এটা দশকত ৭.৫০ কোটিতকৈও অধিক গৰ্ভৱতী মহিলা এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে, যাৰ ফলত ই ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী মাতৃস্বাস্থ্য কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে।

Tags: SafeMotherhoodCampaign
Share4Tweet3Send

Related Posts

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

by Staff Reporter
June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

by News Desk
June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

by News Desk
June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

by News Desk
June 9, 2026
50
CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান
National-International

CID at Mamta residence : মমতাৰ ঘৰ, তৃণমূলৰ কাৰ্যালয়ত চিআইডিৰ অভিযান; অভিষেকৰ কাৰ্যালয়তো অভিযান

by News Desk
June 9, 2026
50
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

by News Desk
June 9, 2026
50
ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx