ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Staff Reporter by Staff Reporter
June 12, 2026
Reading Time: 1 min read
A A
0
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Supreme Court of India । মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী

India fuel crisis I ঔদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক সাধাৰণ পাম্পৰ পৰা একেলগে পেট্ৰ’ল-ডিজেল ক্ৰয়ত বাধা কেন্দ্ৰৰ

আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ (Ahmedabad Flight Crash) এবছৰ হ’ল। কিন্তু তদন্তৰ চূড়ান্ত প্ৰতিবেদন এতিয়াও প্ৰকাশ পোৱা নাই। বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৰ তদন্ত অব্যাহত আছে। ইয়াৰ লগতে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষ, ভাৰতৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডো জড়িত হৈ আছে।

Ahmedabad flight crash I
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন:

সংবাদ সংস্থা ৰয়টাৰে সূত্ৰৰ উদ্ধৃতি দি এই দুৰ্ঘটনাৰ চূড়ান্ত তদন্তৰ প্ৰতিবেদন পলম হ’ব বুলি জানিবলৈ দিয়ে। নিয়ম অনুসৰি এবছৰৰ পাছতো মুকলি কৰিব নোৱাৰিব তদন্তকাৰীয়ে। কাৰণ তেওঁলোকৰ মনোযোগ দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ইঞ্জিনটোৰ ওপৰত। ইয়াৰ বিশ্লেষণ এতিয়াও সম্পূৰ্ণ হোৱা নাই।

আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি, যিকোনো বৃহৎ বিমান দুৰ্ঘটনাৰ তদন্তৰ চূড়ান্ত প্ৰতিবেদন এবছৰৰ ভিতৰত প্ৰকাশ কৰিব লাগে। যদি কোনো কাৰণত তদন্ত সম্পূৰ্ণ নহয় তেন্তে সংশ্লিষ্ট সংস্থাই অন্তৱৰ্তীকালীন প্ৰতিবেদন দাখিল কৰিব লাগিব। ইয়াত পলম হোৱাৰ কাৰণো বুজাব লাগিব।

যদিহে তদন্ত সম্পূৰ্ণ নহয় তেন্তে প্ৰতি বছৰে সংস্থাটোৱে এনে প্ৰতিবেদন দাখিল কৰাৰ কথা। ৰয়টাৰে দাবী কৰিছে যে যোৱা এপ্ৰিল মাহত এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ ইঞ্জিন পৰীক্ষা কৰা হৈছিল। ইয়াৰ পিছত এই ইঞ্জিন বিশ্লেষণৰ ভিত্তিত যোৱা মাহত তদন্তকাৰী ফ্ৰান্সলৈ গৈছিল।

অৱশ্যে এই তথ্য আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা হোৱা নাই। সূত্ৰ অনুসৰি, চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ সময় লাগিব বুলি তদন্তকাৰীয়ে অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰস্তুত কৰিছে। শেহতীয়াকৈ ব্লুমবাৰ্গে এয়াৰ ইণ্ডিয়া দুৰ্ঘটনাৰ তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰিছে।

ইয়াত দাবী কৰা হৈছিল যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ইঞ্জিন আমেৰিকাত আছে। তদন্তকাৰীয়ে ইয়াক পৰীক্ষাৰ বাবে আমেৰিকালৈ প্ৰেৰণ কৰিছে। পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিছত তদন্তৰ চূড়ান্ত প্ৰতিবেদন প্ৰকাশ পাব পাৰে। অৱশ্যে ব্লুমবাৰ্গে দাবী কৰিছে যে ইয়াৰ বাবে আৰু তিনিমাহ সময় লাগিব পাৰে।

২০২৫ চনৰ ১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন গেটৱিক অভিমুখে উৰা মাৰিবলৈ গৈ থকা এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাণৱেৰ পৰা ওলাই অহাৰ কেইছেকেণ্ডমানৰ ভিতৰতে বিমানখনে বিপৰীত ফালে থকা এটা অট্টালিকাত খুন্দা মাৰে।

যাত্ৰী আৰু ক্ৰুকে ধৰি মুঠ ২৬০ জন লোকৰ মৃত্যু হয়। যোৱা বছৰ সংশ্লিষ্ট বিষয়াসকলে এই কাণ্ডৰ অন্তৱৰ্তীকালীন তদন্তৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদনত ককপিটত পাইলটসকলৰ মাজত শেষ মুহূৰ্তত হোৱা কথা-বতৰাৰ কথা পোহৰলৈ আহিছে।

Tags: এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা. নাই চূড়ান্ত প্ৰতিবেদনএয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ
Share4Tweet3Send

Related Posts

“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Supreme Court of India । মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

by Staff Reporter
June 12, 2026
50
NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী
National-International

NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী

by Staff Reporter
June 12, 2026
50
Fuel Tariff hike : ইন্ধনজাত তেলত ২ টকা শুল্ক বৃদ্ধি, বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য?
National-International

India fuel crisis I ঔদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক সাধাৰণ পাম্পৰ পৰা একেলগে পেট্ৰ’ল-ডিজেল ক্ৰয়ত বাধা কেন্দ্ৰৰ

by Staff Reporter
June 12, 2026
50
‎শাকিৰাৰ লগতে সংগীত শিল্পীৰ প্ৰদৰ্শনেৰে আৰম্ভ ফুটবল বিশ্বযুদ্ধ  ‎
National-International

‎শাকিৰাৰ লগতে সংগীত শিল্পীৰ প্ৰদৰ্শনেৰে আৰম্ভ ফুটবল বিশ্বযুদ্ধ ‎

by Staff Reporter
June 12, 2026
50
‎ভাৰতীয় ফুটবল অনুৰাগীৰ চৰম হতাশা, ৰাতিটো কটালে খঙত I সম্প্ৰচাৰত ব্যৰ্থ জি৫  ‎
National-International

‎ভাৰতীয় ফুটবল অনুৰাগীৰ চৰম হতাশা, ৰাতিটো কটালে খঙত I সম্প্ৰচাৰত ব্যৰ্থ জি৫ ‎

by Staff Reporter
June 12, 2026
50
Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১
National-International

Woman trafficking : ৰাজস্থানত গ্ৰেপ্তাৰ মহিলা সৰবৰাহৰ বৃহৎ চক্ৰ; উদ্ধাৰ ১৫ নাবালিকা, গ্ৰেপ্তাৰ ১১

by News Desk
June 11, 2026
50
ADVERTISEMENT
“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”
National-International

Supreme Court of India । মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

June 12, 2026
50
NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী
National-International

NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী

June 12, 2026
50
Fuel Tariff hike : ইন্ধনজাত তেলত ২ টকা শুল্ক বৃদ্ধি, বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য?
National-International

India fuel crisis I ঔদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক সাধাৰণ পাম্পৰ পৰা একেলগে পেট্ৰ’ল-ডিজেল ক্ৰয়ত বাধা কেন্দ্ৰৰ

June 12, 2026
50
Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন
National-International

Ahmedabad flight crash I এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ এবছৰৰ পাছতো কিয় প্ৰকাশ পোৱা নাই চূড়ান্ত প্ৰতিবেদন

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

“Supreme Court Refuses to Stay New Election Commissioner Appointment Law, Seeks Detailed Responses”

Supreme Court of India । মহিলাসকল কেৱল গৃহিণী নহয়, দেশ নিৰ্মাতা, গৃহিণীসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ

June 12, 2026
NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী

NITI Commission I সকলো ৰাজ্যৰ বিকাশ নোহোৱালৈকে উন্নত ভাৰত সম্ভৱ নহয়, নিটি আয়োগৰ বৈঠকত মোদী

June 12, 2026
Fuel Tariff hike : ইন্ধনজাত তেলত ২ টকা শুল্ক বৃদ্ধি, বৃদ্ধি পাব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য?

India fuel crisis I ঔদ্যোগিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহক সাধাৰণ পাম্পৰ পৰা একেলগে পেট্ৰ’ল-ডিজেল ক্ৰয়ত বাধা কেন্দ্ৰৰ

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx