ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

2৫খন গাঁৱৰ ১৭ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত, তিনি শতাধিক পশুধনৰ মৃত্যু, বহু চৰকাৰী সা-সম্পত্তি ক্ষতিগ্রস্ত

ASSAM TIMES POST by ASSAM TIMES POST
July 27, 2026
Reading Time: 1 min read
A A
0
Flood situation : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

দীপংকৰ দাস,ডিফু : ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি। ফুলনি আৰু শিলনিজান ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত ব্যাপক ক্ষতিসাধন কৰিছে বানে । বিশেষকৈ হাওৰাঘাট মহকুমাৰ অন্তৰ্গত ফুলনি ৰাজহ চক্ৰত এই ধ্বংসলীলাৰ তীব্ৰতা অধিক আছিল। তথাপিও জিলা প্ৰশাসন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আৰম্ভণিৰ পৰাই বিষয়টোক গুৰুত্বসহকাৰে লৈ উদ্ধাৰ অভিযান আৰু সহায়সামগ্ৰী বিতৰণ কৰি বানাক্ৰান্ত ৰাইজৰ মাজত সহায়ৰ হাত আগবঢ়াইছে।
ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি

জিলা প্ৰশাসনৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি হাওৰাহাট মহকুমাৰ ফুলনি ৰাজহ চক্ৰৰ অন্তৰ্গত ২৩ খন গাঁও আৰু বোকাজান মহকুমাৰ শিলনিজান ৰাজহ চক্রৰ দুখন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ফুলনি ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭১১০ জন আৰু শিলনিজান ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৫ জনকে ধৰি মুঠ ১৭১৫৫ জন লোক বানত আক্রান্ত হৈছে।

এই ২৫খন গাঁৱৰ ভিতৰত ১২১৯৫জন লোক গৃহবন্দী হৈ থকাৰ বিপৰীতে ৪৯৬০জন লোকক বিভিন্ন আশ্ৰয় শিবিৰত ৰখা হৈছে। কিন্তু এতিয়া পানী কমিবলৈ আৰম্ভ কৰাৰ লগে লগে আশ্ৰয় শিবিৰত থকাসকলে ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে। এইবাৰ সৰ্বাধিক পশুধনৰ ক্ষয়ক্ষতি হৈছে। ফুলনি ৰাজহ চক্ৰৰ অধীনত ২২৫টা ডাঙৰ আৰু ১১৮টা সৰুকে ধৰি মুঠ ৩৪৩টা পশুধনৰ মৃত্যু হৈছে।

বানপানীত ফুলনি আৰু শিলনিজানত এটি শিশুসহ দুজনৰ মৃত্যু হৈছে। ফুলনি ৰাজহ চক্ৰৰ অধীনস্থ বানাক্ৰান্ত লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে ১৭টা সাহায্য শিবিৰ মুকলি কৰাৰ বিপৰীতে গৃহবন্দী হৈ থকা বানপীড়িত লোকসকলক ঘৰে ঘৰে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসন তথা  কার্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ।

চৰকাৰী তথ্য অনুসৰি ২০৩.০৬ কুইণ্টল চাউল, ৩৫.৭৫১ কুইণ্টল দালি, ১০.৪৭ কুইণ্টল নিমখ, ১০৪৭ লিটাৰ মিঠাতেল, ১৪৮৩ পেকেট চেনিটেৰী নেপকিন, ১৪৮৩ পেকেট মহ নিবাৰণকাৰী ধুপ, ২০২ পেকেট টাৰপলিন, ১৪৮৩ পেকেট মমবাতি, ৩৯.৫৯ কুইণ্টল সেউজীয়া খাদ্য (পশু চিকিৎসা বিভাগে প্ৰদান কৰা), ১৫০০ পেকেট শিশু খাদ্য (ডি এছ ডব্লিউ অ’ই প্ৰদান কৰা) আৰু জনস্বাস্থ্য বিভাগৰ হাওৰাঘাট বিভাগে বানপীড়িত অঞ্চলসমূহলৈ ৩,০০০ পানীৰ পাউচ আৰু পানীৰ টেংকাৰ যোগান ধৰিছে।

এই বানত চৰকাৰী ক্ষয়-ক্ষতিৰ পৰিমান – ফুলানী ৰাজহ চক্ৰৰ অন্তৰ্গত ডকমকা উপ-সংমণ্ডলৰ অন্তৰ্গত ৮ টা পথ, ফুলনী ৰাজহ চক্ৰৰ অধীনৰ জনস্বাস্থ্য বিভাগৰ ডকমকা সংমন্ডলৰ অন্তৰ্গত দুটা হিউম পাইপ আৰু হাওৰাহাট চক্ৰৰ অন্তৰ্গত ৫ টা পি ডব্লিউ এছ এছ ক্ষতিগ্ৰস্ত হৈছে। বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ জিলা প্ৰশাসনে SDRF, Police, DDR F, F & EM দল মোতায়েন কৰিছে, লগতে স্থানীয় ৰাইজেও সহায়ৰ হাত আগবঢ়াইছে। উদ্ধাৰ অভিযানৰ বাবে এখন নাও নিয়োগ কৰি ৬৭ জন লোকক উদ্ধাৰ কৰা হয়।

ফুলনী ৰাজহ চক্ৰৰ অধীনত ১০টা চিকিৎসা দল মোতায়েন কৰা হৈছে। বিভিন্ন ব্যক্তিগত আৰু স্বেচ্ছাসেৱী সংগঠনেও ত্রান সামগ্রী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছে। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ তত্বাৱধানত আৰু পৰিষদৰ সদস্যসকলৰ সহায়ত সমগ্ৰ উদ্ধাৰ অভিযান আৰু খাদ্য তথা ত্রাণ সাহায্য বিতৰণৰ কাম চলি আছে। পার্বত্য জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতি স্বাভাৱিক।

বান পৰিস্থিতি উন্নত হৈছে আৰু লাহে লাহে স্বাভাৱিক অৱস্থালৈ উভতি আহিছে

Tags: ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে  কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
50
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

August 10, 2026
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

August 10, 2026
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx