ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

নিউজ ডেস্কঃ

News Desk by News Desk
September 26, 2026
Reading Time: 1 min read
A A
0
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

RELATED POSTS

Manipur Extortion Case : Militant Among 3 Arrested

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

New Logo Smal 1 | ASSAM TIMES POST

নাগালেণ্ডত (Nagaland) বিষাক্ত সুৰা সেৱনৰ (Drinking poisonous alcohol) ফলত কমেও ১৯ জন লোকৰ কৰুণ মৃত্যুৰ (Death of 19 people) ঘটনাই ৰাজ্যজুৰি গভীৰ শোক আৰু তীব্ৰ চাঞ্চল্য বিয়পাইছে। উৎসৱ আৰু দৈনন্দিন জীৱনৰ স্বাভাৱিক ছন্দৰ মাজত এক সম্পূৰ্ণ অন্ধকাৰ নামি আহিছে। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, স্থানীয়ভাৱে মজুত বা প্ৰস্তুত কৰা বিষাক্ত সুৰা সেৱন কৰি বহু লোক হঠাতে গুৰুতৰভাৱে অসুস্থ হ’বলৈ আৰম্ভ কৰে। যেতিয়া তেওঁলোকে অসহ্যকৰ পেটৰ বিষ, বমি আৰু দৃষ্টিশক্তি ম্লান হোৱাৰ দৰে গুৰুতৰ লক্ষণ অনুভৱ কৰে তেতিয়া তেওঁলোকক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হৈ ১৯ জন লোক এজন এজনকৈ মৃত্যুৰ মুখত পৰে।

একে সময়তে ইমানবোৰ সতেজ জীৱনৰ অকাল মৃত্যুৰ বাবে সমগ্ৰ অঞ্চলটো শোকত ভাগি পৰিছে। মৃতকৰ ঘৰবোৰ এতিয়া শোকসন্তপ্ত আত্মীয়ৰ কান্দোনেৰে ভৰি পৰিছে। পৰিয়ালত একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই বহুতে সম্পূৰ্ণৰূপে বিচলিত হৈ পৰিছে। জানিব পৰা মতে, এতিয়াও সংকটজনক অৱস্থাত কেইবাজনো লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে, যাৰ বাবে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে নেকি সেই বিষয়ে সাধাৰণ ৰাইজৰ মাজত গভীৰ আশংকাৰ সৃষ্টি হৈছে।

naga 2 | ASSAM TIMES POST
নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু

হঠাৎ সংঘটিত হোৱা ঘটনাই কঁপাই তুলিছে স্থানীয় প্ৰশাসন আৰু আৰক্ষী বিভাগ। ইতিমধ্যে অঞ্চলটোত এই বিষাক্ত সুৰা ক’ত কেনেকৈ যোগান ধৰা হৈছিল সেই বিষয়ে সঠিকভাৱে জানিবলৈ এক অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে। এই মাৰাত্মক ব্যৱসায়ৰ আঁৰত কোনো বৃহৎ চোৰাংচোৱা চক্ৰ সক্ৰিয় আছে সেই সন্দৰ্ভত এক সম্যক তদন্ত চলি আছে।

নাগালেণ্ডত সুৰা নিষিদ্ধ হোৱাৰ পাছতো স্থানীয় বাসিন্দাসকলৰ মনত তীব্ৰ ক্ষোভ আৰু প্ৰশ্ন উত্থাপন হৈছে যে প্ৰশাসনৰ মনোযোগ অবিহনে এনে বিপজ্জনক অবৈধ সুৰা ব্যৱসায় কেনেদৰে চলি আছিল। সাধাৰণ ৰাইজে দাবী জনাইছে যে এই ব্যৱসায়ৰ মূল দোষীক শীঘ্ৰে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লা,গে যাতে ভৱিষ্যতে কোনো পৰিয়ালে এনেদৰে চকুলো টুকিব নালাগে। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰু কোনো নতুন অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ সংশ্লিষ্ট অঞ্চলসমূহত আৰক্ষীৰ টহল আৰু চোৰাংচোৱাগিৰি তীব্ৰতৰ কৰি তোলা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SpuriousliquorNagaland
Share4Tweet3Send

Related Posts

Manipur Extortion Case : Militant Among 3 Arrested
NORTHEAST

Manipur Extortion Case : Militant Among 3 Arrested

by News Desk
September 26, 2026
50
Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ
NORTHEAST

Manipur AFSPA : মণিপুৰক পুনৰ অশান্ত অঞ্চল ঘোষণা, ৬ মাহৰ বাবে বৃদ্ধি আফস্পাৰ ম্যাদ

by News Desk
September 26, 2026
50
Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
ADVERTISEMENT
Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ
Guwahati

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
50
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে
NORTHEAST

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
50
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026
50
CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ
National-International

CJP controversy : চিজেপিৰ কাৰ্যসূচীত মহিলাৰ ছবি বিকৃত কৰি প্ৰচাৰ, দীপকেলৈ জাননী দিল্লী উচ্চ ন্যায়ালয়ৰ

September 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

Nimisha’s mysterious death : হোমষ্টে ছীল কৰাৰ প্ৰস্তুতি, ধৰ্ষণ কৰি হত্যাৰ অভিযোগ পিতৃৰ

September 26, 2026
Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

Spurious liquor Nagaland : নগালেণ্ডত ভেজাল সুৰাৰ বিষক্ৰিয়াত ১৯ জনৰ মৃত্যু, চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিছে বহুতে

September 26, 2026
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

September 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d