ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 8, 2026
Reading Time: 1 min read
A A
0
Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

RELATED POSTS

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

New Logo Smal 2 | ASSAM TIMES POST

অসম-নাগালেণ্ড সীমান্তত পুনৰ নগা উগ্ৰপন্থীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে । নগা উগ্ৰপন্থী সংগঠন এনএছচিএন (কে-ইনকি) (NSCN, K-Niki) গোটে অপহৰণ কৰা এজন ব্যৱসায়ীক খটখটি আৰক্ষীয়ে উদ্ধাৰ কৰে। ইয়াৰ সৈতে জড়িত এজন উগ্ৰপন্থীকো আৰক্ষীয়ে আটক কৰে। উল্লেখ্য যে খটখটি আৰক্ষী থানাৰ অন্তৰ্গত বালিজান লামা বস্তিৰ পৰা বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ভিক্টৰ চুব্বা নামৰ ব্যৱসায়ীজনক নগা উগ্ৰপন্থীয়ে অপহৰণ কৰিছিল।

naga 1 | ASSAM TIMES POST
নগা উগ্ৰপন্থী সংগঠন এনএছচিএন (কে-ইনকি)

আনহাতে, ব্যৱসায়ীজনক মুক্তিৰ বাবে ৭.৫০ লাখ টকা মুক্তিপণ হিচাপে দাবী কৰিছিল। সাত-আঠজনীয়া অস্ত্ৰধাৰী এনএছচিএনৰ এটা দলে ভিক্টৰ চুব্বাক নিজৰ ঘৰৰ পৰাই অপহৰণ কৰি নিছিল। আৰক্ষীয়ে এই অপহৰণ কাণ্ডৰ সৈতে জড়িত কেভিত’ আয়ে নামৰ এনএছচিএনৰ সদস্যজনক আটক কৰিছে। ইফালে অপহৰণৰ পিছত বেয়াকৈ শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হোৱা ভিক্টৰ চুব্বাক খটখটিৰ আশা মাল্টিস্পেচিয়েলিটী হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AssamNagalandbordertense
Share4Tweet3Send

Related Posts

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

by News Desk
October 8, 2026
50
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ
Assam

Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

by News Desk
October 8, 2026
50
Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ
Assam

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

by News Desk
October 6, 2026
52
Betel Nut Mafia : কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ ঘৰত EDৰ অভিযান

51
Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

ADVERTISEMENT
IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং
National-International

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
50
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

October 8, 2026
50
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়
National-International

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

October 8, 2026
50
Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ
Assam

Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

October 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

IPS officer Aishwarya Singh : কংগ্ৰেছৰ প্ৰতিবাদত জটিল পৰিস্থিতি নিয়ন্ত্ৰণৰ সন্মুখত IPS বিষয়া ঐশ্বৰ্য সিং

October 8, 2026
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

October 8, 2026
Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

Live-in relations : শয্যাসংগীক বিয়া নকৰাটোৱে আত্মহত্যাৰ বাবে উচটনি দিয়া নুবুজায়, উচ্চতম ন্যায়ালয়

October 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d