ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত

News Desk by News Desk
November 7, 2026
Reading Time: 1 min read
A A
0
Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত

RELATED POSTS

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid

Lumding rail station I লামডিঙৰ পাথৰখোলা ৰে’ল ষ্টেচনত বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা বিহাৰৰ যুৱকৰ

New Logo Smal | ASSAM TIMES POST

শুকুৰবাৰে নিশা টিহুত ড্ৰাগছবিৰোধী অভিযান (Tihu Drugs Seized)। এই অভিযানত টিহুৰ নান্নাট্ৰাৰীত উৎখাত কৰা হয় ড্ৰাগছৰ ঘাটি। লগতে ড্ৰাগছ, মোবাইল ফোন, লেপটপ, নগদ ধন, চাৰিচকীয়া আৰু দুচকীয়া বাহনসহ ড্ৰাগছ সৰবৰাহৰ অভিযোগত আঠজনকৈ লোকক কৰায়ত্ত কৰা হয়। এক গোপন সূত্ৰৰ ভিত্তিত টিহু আৰক্ষীয়ে এই অভিযান চলায়।

Drugs seized I
টিহুত ড্ৰাগছৰ ঘাটি উৎখাত:

নান্নাট্ৰাৰীৰ নৃপেন ৰাজবংশীৰ ঘৰত ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰাৰ লগতে ঘৰটোৰ পৰা ড্ৰাগছভৰ্তি কণ্টেইনাৰ, খালী কণ্টেইনাৰ, ১৯টা মোবাইল, এটা লেপটপ, এখন চাৰিচকীয়া বাহন, চাৰিখন মটৰচাইকেল জব্দ কৰে। লগতে মালিক নৃপেন ৰাজবংশীসহ আঠজন লোকক আৰক্ষীয়ে কৰায়ত্ত কৰে।

ড্ৰাগছ সৰবৰাহৰ অভিযোগত আটক কৰা লোককেইজন হৈছে নৃপেন ৰাজবংশী, উৎপল মজুমদাৰ, নীৰৱ ৰাজবংশী, মনোজ দাস, ত্ৰিদীপ গোস্বামী, আজিজুল হক, হৰেণ দাস আৰু নয়ন বৰ্মন। তেওঁলোকক টিহু আৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথন জেৰা অব্যাহত ৰাখিছে। আনহাতে, এই ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: টিহুত ড্ৰাগছৰ ঘাটি উৎখাত
Share4Tweet3Send

Related Posts

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
Assam

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

by News Desk
November 7, 2026
50
Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid
Assam

Assam CM Inaugurates Dharapur Kali Temple, Announces Rs 20 Lakh Aid

by ASSAM TIMES POST
November 6, 2026
51
Lumding rail station I লামডিঙৰ পাথৰখোলা ৰে’ল ষ্টেচনত বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা বিহাৰৰ যুৱকৰ
Assam

Lumding rail station I লামডিঙৰ পাথৰখোলা ৰে’ল ষ্টেচনত বিদ্যুৎ পৰিবাহী তাঁৰত ধৰি আত্মহত্যাৰ চেষ্টা বিহাৰৰ যুৱকৰ

by News Desk
November 6, 2026
51
Dibrugarh Oil farm blast I ডিব্ৰুগড়ৰ টেঙাখাতত এইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণত এজনৰ মৃত্যু
Assam

Dibrugarh Oil farm blast I ডিব্ৰুগড়ৰ টেঙাখাতত এইল ইণ্ডিয়াৰ টেংক ফাৰ্মত বিস্ফোৰণত এজনৰ মৃত্যু

by News Desk
November 6, 2026
51
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

Bilasipara accident I বিলাসীপাৰাত পথ দুৰ্ঘটনাত নিহত দুই বাইক আৰোহী

by News Desk
November 6, 2026
52
২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান
Assam

২৯ নৱেম্বৰত নতুন দিল্লীত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

by News Desk
November 6, 2026
53
ADVERTISEMENT
৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ
BREAKING NEWS

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

November 7, 2026
50
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
Assam

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

November 7, 2026
50
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী
ALL NEWS

জীৱিত কন্যাৰ শ্ৰাদ্ধ পাতিলে পিতৃয়ে, শিলচৰত তীব্ৰ চাঞ্চল্য

November 7, 2026
50
Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত
Assam

Drugs seized I টিহুত ড্ৰাগছৰ ঘাটি উৎখাত

November 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

৭১ সংখ্যক বৰদলৈ ট্ৰফীত কাৰ্বি আংলং জিলাৰ চেম্পিয়ন ইউনাইটেড ব্ৰাদাৰ্ছ এফ চিথ

November 7, 2026
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

বৰপেটাৰোডৰ গহনা দোকানৰ পৰা প্ৰৱঞ্চকে লুটিলে ৫ লক্ষাধিক মূল্যৰ সোণ

November 7, 2026
Fraud wife I ৮ স্বামীক প্ৰতাৰণা কৰি লাখ লাখ টকা আত্মসাৎ, নৱম বিবাহৰ সময়ত গ্ৰেপ্তাৰ প্ৰৱঞ্চক শিক্ষয়িত্ৰী

জীৱিত কন্যাৰ শ্ৰাদ্ধ পাতিলে পিতৃয়ে, শিলচৰত তীব্ৰ চাঞ্চল্য

November 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d