ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা

Staff Reporter by Staff Reporter
November 20, 2026
Reading Time: 1 min read
A A
0
Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা

RELATED POSTS

৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

New Logo Smal 1 | ASSAM TIMES POST

প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত (Palstic ban) কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। এতিয়াৰে পৰা কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ ব্যৱহাৰ কৰিব নোৱাৰিব। এই প্লাষ্টিক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
Palstic ban I
কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা:

এই ক্ষেত্ৰত প্লাষ্টিকৰ পানীৰ বটল আৰু প্লাষ্টিকৰ ডিচপ’জেবল গিলাচো সামৰি লোৱা হৈছে। অৰ্থাৎ এই দুয়োবিধ সামগ্ৰীৰ ব্যৱহাৰো সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে কয় যে এয়া মাত্ৰ এক ক্ষুদ্ৰ প্ৰয়াস। লগতে তেওঁ আশা প্ৰকাশ কৰে যে এই প্ৰচেষ্টা আন আন চৰকাৰী কাৰ্যালয়ৰ লগতে জনসাধাৰণৰ ঘৰলৈও ক্ৰমান্বয়ে সম্প্ৰসাৰিত হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উলংঘা কৰিলে ভৰিব জৰিমনাকাৰ্বি আংলং জিলা আয়ুক্তৰকাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম
Share4Tweet3Send

Related Posts

৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি
KARBI ANGLONG

by ASSAM TIMES POST
November 17, 2026
63
কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

by ASSAM TIMES POST
November 16, 2026
83
Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন
KARBI ANGLONG

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

by ASSAM TIMES POST
November 16, 2026
70
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

by News Desk
November 15, 2026
58
ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন
KARBI ANGLONG

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

by News Desk
November 15, 2026
57
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

by News Desk
November 14, 2026
63
ADVERTISEMENT
Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা
KARBI ANGLONG

Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা

November 20, 2026
50
NCB raid I দেশৰ ছয় চহৰত এনচিবিৰ অভিযানত বৃহৎ ড্ৰাগছ সৰবৰাহ চক্ৰ ধ্বংস, গ্ৰেপ্তাৰ ৬
National-International

Genocide country I গণহত্যাৰ দোষী প্ৰথমখন ৰাষ্ট্ৰ, ৰহিংগীয়াক নিৰ্বিচাৰে হত্যাত দোষী ম্যানমাৰ

AHDS desease I ৯ কোটিৰ ঔষধ এতিয়া আঢ়ৈ লাখত! বিৰল ৰোগৰ চিকিৎসাত হায়দৰাবাদৰ চিকিৎসকৰ আদৰ্শ
National-International

AHDS desease I ৯ কোটিৰ ঔষধ এতিয়া আঢ়ৈ লাখত! বিৰল ৰোগৰ চিকিৎসাত হায়দৰাবাদৰ চিকিৎসকৰ আদৰ্শ

November 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা

Palstic ban I কাৰ্বি আংলং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ম, উলংঘা কৰিলে ভৰিব জৰিমনা

November 20, 2026
NCB raid I দেশৰ ছয় চহৰত এনচিবিৰ অভিযানত বৃহৎ ড্ৰাগছ সৰবৰাহ চক্ৰ ধ্বংস, গ্ৰেপ্তাৰ ৬

NCB raid I দেশৰ ছয় চহৰত এনচিবিৰ অভিযানত বৃহৎ ড্ৰাগছ সৰবৰাহ চক্ৰ ধ্বংস, গ্ৰেপ্তাৰ ৬

November 20, 2026
Genocide country I গণহত্যাৰ দোষী প্ৰথমখন ৰাষ্ট্ৰ, ৰহিংগীয়াক নিৰ্বিচাৰে হত্যাত দোষী ম্যানমাৰ

Genocide country I গণহত্যাৰ দোষী প্ৰথমখন ৰাষ্ট্ৰ, ৰহিংগীয়াক নিৰ্বিচাৰে হত্যাত দোষী ম্যানমাৰ

November 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d