ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অন্তৰংগ দৃশ্যত ঐশ্বর্যক স্পর্শ কৰোতে হাত-ভৰি কঁপিছিল : ৰণবীৰ কাপুৰ

ASSAM TIMES POST by ASSAM TIMES POST
July 12, 2020
Reading Time: 1 min read
A A
0
অন্তৰংগ দৃশ্যত ঐশ্বর্যক স্পর্শ কৰোতে হাত-ভৰি কঁপিছিল : ৰণবীৰ কাপুৰ

RELATED POSTS

Golaghat Police seized illegal weapons in Nagaland

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

বিশেষ প্ৰতিবেদন:

logo new 2 5 | ASSAM TIMES POST

লকডাউনৰ মাজত সকলোৱে গৃহবন্দী। বন্দী দশাত সময় কটাবলৈ সকলোৱেই বিনোদনৰ উপাদান বিচাৰি লৈছে। এই সময়তেই বলি তাৰকাসকলৰ পুৰণি ভিডিঅ, গচিপ, ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। ৰিলৰ পৰা ৰিয়েল, তাৰকাসকলৰ সকলোৱে যেন গচিপেৰে ভৰা।  বলিউডৰ অন্যতম জনপ্রিয় অভিনেত্রী ঐশ্বর্য ৰাই বচ্চনো আছেন সেই তালিকাত। বল্ড ফটোছুটৰ পৰা হৃতিকৰ সৈতে অন্তৰঙ্গতা, লিপ লকৰ পৰা ৰণবীৰ কাপুৰৰ সৈতে ঘনিষ্ঠতা সকলোতেই তেওঁ লাইমলাইট আছে। 

‘ধুম ২’ ঐশ্বর্যৰ জীৱনত বহুলচর্চিত এখন ছবি। যিখন ছবিৰ বাবে সকলো সময়তেই লাইমলাইটত আছে ঐশ্বর্য ৰায় বচ্চন। এফালে অভিষেকৰ সৈতে বাগদান হৈ গৈছে আৰু সেই সময়তেই বলি অভিনেতা হৃত্বিক ৰোশনৰ সৈতে লিপ লকৰ দৃশ্য মাৰাত্মকভাবে ভাইৰেল হৈছিল।

images000 | ASSAM TIMES POST

‘অ্যায় দিল হ্যায় মুশকিল’ ছবিত প্রথমবাৰ অভিনয় কৰা দেখা গৈছিল ঐশ্বর্য ৰায় বচ্চন আৰু ৰণবীৰ কাপুৰক। এই ছবিতেই নিজতকৈ ৯ বছৰৰ সৰু ৰণবীৰ কাপুৰৰ সৈতে ঘনিষ্ঠ দৃশ্যত দেখা গৈছিল ঐশ্বর্যক।

ranbir aishwarya 1475054046 | ASSAM TIMES POST

ছবিৰ প্রচাৰৰ বাবেই এক ফটোছুট কৰা হৈছিল, য’ত ৰণবীৰ কাপুৰৰ সৈতে অন্তৰঙ্গ ঘনিষ্ঠ মুহূর্তত নজৰ কাঢ়িছিল বচ্চন বধূই।
ফটোছুটত ৰণবীৰৰ সৈতে ঐশ্বর্যৰ অন্তৰংগ কেমিস্ট্রিয়ে সকলোৰে নজৰ কাঢ়িছিল। ফটোছুটত ৰণবীৰ বহি থকা দেখা দেখা গৈছিল, আৰু ঐশ্বর্যক তেওঁৰ কোলাত শুই থকা দেখা যায়। 

image 1200x900 | ASSAM TIMES POST

মা হোৱাৰ ৪ বছৰ পিছত ঐশ্বর্যৰ এই বল্ড অৱতাৰ দেখি সকলোৱেই হতবাক হৈছিল। নেটিজেনসকলে তাৰ ভূয়ষী প্রশংসা কৰিলেও বচ্চন বধূৰ এই হট অৱতাৰ দেখি অত্যন্ত ক্ষুব্ধ হৈছিল বচ্চন পৰিয়াল।

এফালে সাহসী ফটোছুট, আনফালে অন্তৰঙ্গ দৃশ্যত পুত্রবধূক দেখি খং চম্ভালিব নোৱাৰে বিগ বি অমিতাভেও। এক সাক্ষাৎকাৰত ৰণবীৰে জনাইছিল, অন্তরঙ্গ দৃশ্যৰ সময়ত মই লাজ পাইছিলোঁ। 

8956 | ASSAM TIMES POST

ভয়ত হাত-ভৰি কঁপিছিল। মাজে মধ্যে ঐশ্বর্যক স্পর্শ কৰিবলৈও দ্বিধা হৈছিল। কিন্তু অভিনয়ৰ কাৰণে সেয়া কৰিবলৈ বাধ্য হৈছিলোঁ। পূৰ্বে এনে সাহসী চৰিত্রত ঐশ্বর্যক দেখা যোৱা নাছিল। ঐশ্বর্যৰ মতে, ক্রিপ্টটি আৰু সাহসী হোৱা উচিত আছিল।

২০০৬ চনত ‘ধুম ২’ ছবিত হৃত্বিকৰ বিপৰীতে লিপ লকৰ ছবি বিশ্বত ভাইৰেল হৈছিল। ঐশ্বর্যই নিজেও ভবা নাছিল এই দৃশ্যৰ বাবে তেওঁ ইমান সমালোচনাৰ মুখত পৰিব লাগিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: featured3
Share7Tweet4Send

Related Posts

Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

by ASSAM TIMES POST
September 29, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
52
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026
50
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d