ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ক’ৰোনাৰ পৰিহাস! কলকাতাৰ বিখ্যাত গায়িকা এতিয়া ফুটপাথৰ পাউৰুটি বিক্রেতা:

ASSAM TIMES POST by ASSAM TIMES POST
July 17, 2020
Reading Time: 1 min read
A A
0
ক’ৰোনাৰ পৰিহাস! কলকাতাৰ বিখ্যাত গায়িকা এতিয়া ফুটপাথৰ পাউৰুটি বিক্রেতা:

RELATED POSTS

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

logo new 2 8 | ASSAM TIMES POST
নিউজ ডেস্ক:

বিগত মার্চ মাহৰ পৰাই ক’ৰোনা ভাইৰাছৰ প্ৰকোপ দেখি আহিছে সমগ্ৰ বিশ্ববাসীয়ে। মাত্র এটি আণুবীক্ষণিক ভাইৰাছে যে সমগ্ৰ মনুষ্যকুলক এনেদৰে ধৰাশায়ী কৰিব পাৰে সেয়া হয়তো ২০২০ৰ পূৰ্বে সম্ভৱত কোনোৱেই ভাবিব পৰা নাছিল। লক্ষ লক্ষ মৃত্যুৰ সৈতে অবনতিৰ দিশে বহু কেইখন দেশৰ বিগত চাৰি মাহ ধৰি কৰোনাৰ সৈতে চলিছে যুঁজ।

nilisha basak 224577 | ASSAM TIMES POST

সমগ্ৰ বিশ্ব চলি গৈছে লকডাউনৰ অধীনলৈ। ভাৰতত এতিয়া পৰ্যায় অনুসৰি উঠিছে লকডাউন। লাহে লাহে ছন্দলৈ উভটিছে মানুহৰ জীৱন। লকডাউনত যিসকলৰ কাম বন্ধ আছিল তেওঁলোকৰ কিছু সংখ্যকে নতুনকৈ জীবিকা আৰম্ভ কৰিছে। কিন্তু বাকীসকলৰ ওচৰত এতিয়াও নাই কোনো কাম। কলকাতাৰ নীলিশা বছাকো তেনেকুৱাই এগৰাকী।

পেছাত তেওঁ গায়িকা। কিন্তু দীর্ঘ লকডাউনে নীলিশাক তেওঁৰ পেছাৰ পৰা আঁতৰাই দিছে। বাধ্য হৈ এতিয়া দোকানী হ’বলগা হৈছে তেওঁ। কলকাতাৰ নামী গায়িকাই এতিয়া সংসাৰ চলাবলৈ ফুটপাথতে দোকান খুলি বহিছে। হাতীবাগানৰ হৰি ঘোষ স্ট্রিটত ট্রাম লাইনৰ কাষৰ ফুটপাথত নীলিশাৰ দোকান। পোৱা যায় গাখীৰ, পাউৰুটি, কণী, বিভিন্ন প্ৰকাৰৰ বিস্কুট, কুকিজ।

পুঁজি বুলিবলৈ নিজৰ ব্যাঙ্ক একাউন্টৰ জমা টকা। দুই ককায়েকৰ সহযোগিতাতেই এই দোকান খুলিছে নীলিশাই। প্রতিদিনে পুৱা ৬টাৰ পৰা আৰম্ভ হয় তেওঁৰ জীৱন সংগ্রাম। ২৪ বছৰীয়া নীলিশাই স্নাতক উত্তীৰ্ণ হৈ সঙ্গীতকেই নিজৰ পেছা হিচাবে বাছি লয়। কলকাতা আৰু ওচৰ-পাজৰৰ জিলাৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত নীলিশাৰ গান বেছ জনপ্রিয়।

বিশেষকৈ দৌল, ৰথযাত্রাৰ দৰে উৎসৱত ব্যস্ততা বাঢ়ে তেওঁৰ। কিন্তু ক’ৰোনাৰ প্রকোপত বন্ধ হৈ গৈছে এইবোৰ অনুষ্ঠান। জনসমাগম বন্ধ। ফলত বন্ধ হৈছে নীলিশাৰ পেছাও। কিন্তু সংসাৰতো চলাবই লাগিব। সেয়ে বাধ্য হৈ দোকানদাৰী। যেতিয়া লৈকে ক’ৰোনা সম্পূৰ্ণভাৱে নাযাব, পৰিস্থিতি আগৰ দৰে স্বাভাবিক নহ’ব তেতিয়ালৈকে এই সৰু দোকানখনেই নীলিশাৰ জীৱিকাৰ সম্বল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: featured3
Share7Tweet4Send

Related Posts

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

by News Desk
September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

by News Desk
September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

by News Desk
September 30, 2026
50
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

by ASSAM TIMES POST
September 29, 2026
50
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
51
Arunachal Ambush : অৰুণাচলত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত অসম ৰাইফলছৰ জোৱান
NORTHEAST

ADVERTISEMENT
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
50
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
50
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026
50
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

September 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

September 30, 2026
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d