ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

‘এক প্যাৰ কা নাগমা হে’: ষ্টেচনত লতাজী

ASSAM TIMES POST by ASSAM TIMES POST
August 10, 2019
Reading Time: 2 mins read
A A
0
‘এক প্যাৰ কা নাগমা হে’: ষ্টেচনত লতাজী

RELATED POSTS

Golaghat Police seized illegal weapons in Nagaland

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

assam times post | ASSAM TIMES POSTASSAM TIMES POST

গুৱাহাটীঃ জনপ্ৰিয় অভিনেতাৰ মিমিক্ৰি আমি সকলোৱে দেখিছো। বিশিষ্ট গায়কৰ বডি লেংগুৱেজ, গেট আপৰে ‘নকল অমুক’ বা ‘জুনিয়ৰ তমুক’কো সময়ে-সময়ে পাই আহিছো। অসমৰ ক্ষেত্ৰত হ’লে জুনিয়ৰ জুবিন গাৰ্গ, জুনিয়ৰ পাপন ইত্যাদি। এনে ক্ষেত্ৰত, বিশেষকৈ জনপ্ৰিয় গায়ক এজনৰ ‘নকল’ বা ‘জুনিয়ৰ’ হ’বলৈ যাওঁতে হওঁতাজনে সদায়েই কণ্ঠটোতকৈ সাজ-পোছাকতহে (নিৰ্দিষ্ট গায়কজনে পিন্ধা) গুৰুত্ব দিয়ে।

e669526a ba98 11e9 b579 c3deb206504f | ASSAM TIMES POST

বেশভূষা, অভিব্যক্তিৰ তুলনাত কণ্ঠটোৰ সাদৃশ্যতা বহু পৃথক হয়। কিন্তু সাম্প্ৰতিক সময়ত এনে এগৰাকী মহিলা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যে তেওঁৰ মাত্ৰ কণ্ঠটো শুনি থাকিলেই চিৰসেউজ গায়িকা লতা মংগেশকাৰে গান গাই থকাৰ নিচিনা লাগিব আপোনাৰ। অৰ্থাৎ তেওঁ দেখিবলৈ লতা মংগেশকাৰহে নহয়, কিন্তু বাকীখিনি লতা মংগেশকাৰৰ সৈতে একে।

68322604 2359364921014898 8268559502253490176 n | ASSAM TIMES POST

সিদিনাখন পশ্চিমবংগৰ ৰাণাঘাট ষ্টেচনটো তেনেকুৱাই হৈছিল। লতাজীয়ে তেওঁৰ চিৰস্মৰণীয় ‘এক প্যাৰ কা নাগমা হে’ শীৰ্ষক গীতটো ষ্টেচনত বহি গাই আছে। হয়তু নেদেখাকৈ মাথো ৰিণিকি ৰিণিকি শুনিয়েই তেনেকৈয়ে ভাবিছিল ষ্টেচনত সমাগম হোৱা লোকসকলে।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/08/What-a-voice-unbelieveable-Uploaded-krishaandaszubu.mp4

কিন্তু খোচ-খবৰ কৰাত তেওঁ ৰাণু মণ্ডল বুলিহে পৰিচয় দিয়ে। সম্প্ৰতি তেওঁৰ এই গীতৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। কণ্ঠত সাইলাখ লতা মংগেশকাৰ।

সকলো মাধ্যমতে ৰাণু মণ্ডলৰ ভিডিঅ’টো প্ৰত্যক্ষ কৰি চকু সেমেকি উঠাৰ পূৰ্বেই তেওঁ এটা নতুন জীৱন লাভ কৰি পেলাইছিল। ষ্টেচনৰ প্লেটফৰ্মত জীৱন কটোৱা ৰাণু মণ্ডলক প্ৰতিজন হৃদয়বান লোকেই সহায়ৰ হাত আগবঢ়াইছিল। আউলি-বাউলি হৈ থকা চুলিকোছাৰপৰা আৰম্ভ কৰি সাজ-পাৰলৈকে, একেবাৰে নতুন হৈ পৰিছিল তেওঁ। ষ্টেচনৰপৰা সুন্দৰ বাসোপযোগী স্থানলৈ স্থানান্তৰিত হয় তেওঁ।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/08/A-women-working-Ranaghat-station-in-West-Bengal-What-a-voice-felt-in-love-w.mp4

তাৎপৰ্যপূৰ্ণভাৱে ‘বৰপেটা টাউন দ্য প্লেছ অৱ পীচ’ নামৰ এটা ফেচবুক পেজে প্ৰথমবাৰৰ কাৰণে তেওঁৰ এই সমধুৰ কণ্ঠ লোকচক্ষুৰ আগত তুলি ধৰিছিল। এজন দুজনকৈ ৪ মিলিয়নৰো অধিক (এতিয়াও চায়েই আছে)লোকে এই ভিডিঅ’টো চাইছে। সমান্তৰালভাৱে লাইক, কমেন্ট আৰু শ্বেয়াৰ। কাৰো ভাষা নাই। আশ্চৰ্য প্ৰকাশ কৰিছে সকলোৱে। ‘হয়, কণ্ঠটো লতা মংগেশকাৰৰ সৈতে একে’, সকলোৰে মুখত একেটাই কথা।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2019/08/A-women-working-Ranaghat-station-in-West-Bengal-Feeling-sad-as-she-till-did.mp4

67644043 2359364981014892 4406350130291146752 n | ASSAM TIMES POST

সমান্তৰালভাৱে ৰাণু মণ্ডলক লৈ সকলোৰে ভাগে-ভাগে পৰিকল্পনা। এখন উপযুক্ত মঞ্চ প্ৰদান কৰিব। ভিডিঅ’টো আপল’ড কৰাৰ পাছত একেটা ফেচবুক পেজেই কিদৰে তেওঁৰ চুলিখিনি চিজিল কৰাৰপৰা নতুন কাপোৰ পিন্ধাই এটা নতুন জীৱন প্ৰদান কৰা হয়, তাৰ ভিন্ন মুহূৰ্তৰ আলোকচিত্ৰসমূহো আপল’ড কৰিছে। এইখিনিয়েও সকলোকে এবাৰ ভৱাই তুলিছে। সকলো অবাক। এইকেইটা দিনৰ মাজতে শেহতীয়াকৈ ৰাণু মণ্ডলে মুম্বাইত এটা ৰিয়েলিটী টিভি শ্ব’লৈ নিমন্ত্ৰণ লাভ কৰিছে।

ৰাণু মণ্ডলৰ বয়স ৫৫ মান বুলি অনুমান কৰা হৈছে। ভিডিঅ’টো প্ৰত্যক্ষ কৰিলেই সকলোৱে বুজি উঠিব যে তেওঁৰ জীৱন যাত্ৰা আন দহগৰাকী মহিলাৰ সৈতে একে নাছিল। তেওঁৰ সকলো পৰিচয় লাভ কৰিবলৈ হয়তু আমি আৰু কিছুদিন অপেক্ষা কৰিব লাগিব।

61602274 2313499165601474 9035051396101046272 n.jpg? nc cat=1& nc eui2=AeH o8eiDMOhO2Qf23hlAT HXJJkIpbtxTbq8PMp1 03Xm8 pEy8tmAuXur nY9LQIpxsgldRJ6SgcDp8ydM1VjYcBrOx36uAyhUH7fGqSTv g& nc oc=AQnffChjY 0UX7 8ay VtdmoY0fnhGJXZ4 aQiT66sqyOJeDl8FAeLqMwdZUfdaEyDE& nc ht=scontent bom1 2 | ASSAM TIMES POST

BarpetaTown The place of peace

@krishaanDasZubu

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: lata mangeskarranu mondal
Share13Tweet3Send

Related Posts

Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

by ASSAM TIMES POST
September 29, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
52
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
ADVERTISEMENT
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
50
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
50
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026
50
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d