ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

সামাজিক মাধ্যমৰ পৰা আঁতৰিলে শিল্পা চেট্টীঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
May 12, 2022
Reading Time: 1 min read
A A
0
সামাজিক মাধ্যমৰ পৰা আঁতৰিলে শিল্পা চেট্টীঃ

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী হিচাবে বিবেচিত শিল্পা চেট্টীয়ে শেহতীয়াকৈ তেওঁৰ পোষ্টৰ জৰিয়তে অনুৰাগীসকলৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছে। বৰ্তমান সময়ছোৱাত শিল্পা চেট্টীৰ ছবিসমূহৰ সংখ্যা কম হ’ব পাৰে, কিন্তু তেওঁ সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় হৈ থাকে।

শিল্পা চেট্টীঃফিটনেছ হওঁক বা ফেশ্বনৰ দ্বাৰা অনুৰাগীসকলক প্ৰভাৱিত কৰাই হওঁক, শিল্পা চেট্টী এই সকলোবোৰতেই নিখুঁত। কিন্তু শেহতীয়াকৈ শিল্পা চেট্টীক তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ পদাংক অনুসৰণ কৰা দেখা যায় । আমি এয়া এইকাৰণে কৈছো কাৰণ, শিল্পা চেট্টীয়ে কিছু সময়ৰ বাবে সামাজিক মাধ্যমৰ পৰা আঁতৰি থকাৰ ঘোষণা কৰি তেওঁৰ অনুৰাগীসকলৰ হৃদয় সম্পূৰ্ণৰূপে ভাঙি পেলাইছে।

View this post on Instagram

A post shared by Shilpa Shetty Kundra (@theshilpashetty)

শিল্পা চেট্টীয়ে অলপতে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে যে, “মই ছ’চিয়েল মিডিয়াৰ পৰা আমনি পাইছোঁ আৰু সকলো যেন এতিয়া একে দেখা গৈছে। মই নতুন অৱতাৰ বিচাৰি নোপোৱালৈকে সামাজিক মাধ্যমত অনুপস্থিত হৈ থাকিম।

সামাজিক মাধ্যমৰ পৰা আঁতৰিলে শিল্পা চেট্টীঃ” শিল্পা চেট্টীৰ এই ঘোষণাৰ পিছত, অনুৰাগীসকলে সামাজিক মাধ্যমত নিৰন্তৰ মন্তব্য কৰি আছে আৰু অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ সুধিবলৈ আৰম্ভ কৰিছে।

শিল্পা চেট্টীৰ এই ঘোষণাৰ পিছত, অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত তেওঁৰ পোষ্টটোৰ ওপৰত যথেষ্ট মন্তব্য কৰিছে। কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁক ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ সুধিছে, আনহাতে কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁলৈ মনত পৰাৰ কথা ব্যক্ত কৰিছে।

এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখে যে,, “আমি আপোনাক মনত কৰিম, সোনকালে ঘূৰি আহিব।” তাতেই আকৌ আন এজন ব্যৱহাৰকাৰীয়ে লিখে যে, “নতুন অৱতাৰৰ শিল্পা চেট্টীৰ বাবে অপেক্ষা কৰি আছোঁ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Shilpa Shettyশিল্পা চেট্টী
Share4Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
52
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ADVERTISEMENT
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
50
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
50
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026
50
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d