ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

গুৱাহাটীত পুনৰ আৰক্ষী এনকাউণ্টাৰত মৃত্যু অভিযুক্ত ডকাইত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 7, 2022
Reading Time: 1 min read
A A
0
গুৱাহাটীত পুনৰ আৰক্ষী এনকাউণ্টাৰত মৃত্যু অভিযুক্ত ডকাইত

RELATED POSTS

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

গুৱাহাটী আৰক্ষীৰ পুনৰ এনকাউণ্টাৰ।মহানগৰী বশিষ্ঠ আৰক্ষীৰ এনকাউন্টাৰত নিহত অভিযুক্ত এটা ডকাইত।নিশা তদন্তত লৈ যোৱা সময়ত আৰক্ষীৰ এনকাউণ্টাৰ ধৃত গোবিন্দ সিঙক।যোৰাবাটৰ ধৰমতোললৈ নিয়া সময়ত সংঘটিত এই ঘটনা।আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি ধৰমতোলত এটা বেগ আৰক্ষীক দেখুৱাইছিল গোৱিন্দই।

কিন্তু মুহূৰ্ততে বেগৰ পৰা এটা পিষ্টল উলিয়াই গুলীচালনা কৰিছিল আৰক্ষীলৈ।তিনিজাই গুলী থকা পিষ্টলটোত এজাই ফুটাইছিল যদিও দুজাই সক্ৰিয় গুলী আছিল।আৰক্ষীয়ে আত্মৰক্ষা বাবে প্ৰত্যুত্তৰত গুলীয়াই আহত কৰিছিল।আহত গোবিন্দক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

উল্লেখ্য যে মংগলবাৰে বিয়লি ভাগত ৰাইজে কৰায়ত্ত কৰি চমজাই দিছিল আৰক্ষীক।এগৰাকী গাড়ী কিনিব অহা ব্যক্তিৰ পৰা টকা ভৰ্তি বেগ থপিয়াই উধাও হবলৈ চেষ্টা কৰা সময়তে ৰাইজে খেদি-খেদি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিল।গোবিন্দ লগত অহা অন্যজন অভিযুক্ত পলাই যায়।

ইফালে আৰক্ষীয়ে জব্দ কৰিছে এটা ৯এম এম পিষ্টল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এনকাউণ্টাৰ
Share4Tweet3Send

Related Posts

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি
Guwahati

Lovlina Borgohain : লাভলীনালৈ অসম চৰকাৰৰ উপহাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি

by News Desk
October 7, 2026
51
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

by News Desk
October 6, 2026
51
Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
52
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
October 4, 2026
53
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ
Guwahati

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

by News Desk
October 2, 2026
51
ADVERTISEMENT
Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা
National-International

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
51
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প
National-International

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
51
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ
National-International

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026
51
Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা
National-International

Nagaland girl harassed : দিল্লীত নাগালেণ্ডৰ মহিলাক নিৰ্যাতন, হোটেলৰ পৰা উঠাই নিয়াৰ চেষ্টা

October 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

Delhi building collapse : দিল্লীত পুনৰ ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা! বহুলোক ধ্বংসাৱশেষৰ তলত আবদ্ধ থকাৰ আশংকা

October 7, 2026
PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

PM Modi : জনসেৱাত মোদীৰ ২৫ বছৰত নতুন নতুন সংকল্প

October 7, 2026
Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

Rahul Gandhi : অনুমতি অবিহনে আকাশবাণী ভৱনত প্ৰৱেশ, ৰাহুল গান্ধীসহ কেইবাজনৰ বিৰুদ্ধে এফআইআৰ

October 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d