ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুৰ চন্দ্ৰছিং টেৰণ হাইস্কুলত গুণোৎসৱত বহিঃ মূল্যায়কৰ ভূমিকাত ৰাজেছন তেৰাং

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু

News Desk by News Desk
January 20, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলঙৰ (Karbi Anglong) বিভিন্ন বিদ্যালয়তো (Different schools) ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in the fourth phase) ৷ ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে জিলাখনৰ বিদ্যালয় সমূহত স্ব-মূল্যায়নৰ কাৰ্যসূচীৰ পিছত কালিৰে পৰা আৰম্ভ হৈছে বহিঃ নিৰিক্ষক আৰু মূল্যায়কৰ কাৰ্যসূচী ৷

ডিফুৰ চন্দ্ৰছিং টেৰণ হাইস্কুল
Gunotsav at Chandrasing Teron High School ,Diphu:

আজি দ্বিতীয় দিন (Second day program)ৰ কাৰ্যসূচীত ডিফু চহৰৰ গাতে লাগি থকা চন্দ্ৰছিং টেৰণ হাইস্কুলত (Chandrasing Teron High School) বহিঃ নিৰিক্ষক আৰু মূল্যায়কৰ ভূমিকা পালন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ যুটীয়া সচিব তথা এচিএছ বিষয়া ৰাজেছন তেৰাঙে (ACS officer Rajasan Terang)৷ বিষয়াগৰাকীক চন্দ্ৰছিং টেৰণ বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে উষ্ম আদৰণি জনোৱাৰ লগতে ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷

বহিঃ নিৰিক্ষক ৰাজেছন তেৰাঙৰ উপস্থিতিত বিদ্যালয়ৰ নিয়ম অনুসৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাতঃ সভাৰ জৰিয়তে প্ৰাৰ্থনা, কুছ-কাৱাজ, মহৎ লোকৰ বাণী, কুইজ আদি কোৱাৰ লগতে বাতৰি পঢ়ি নিৰিক্ষকগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে৷

বহিঃ নিৰিক্ষকগৰাকীয়ে গাইডলাইন অনুসৰি বিদ্যালয়খনৰ শিক্ষ-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ, আন্তঃগাথনি, মধ্যাহ্ন ভোজন, পূঁজীৰ স্থিতি, এছএমডিচিৰ ভূমিকাকে আৰম্ভ কৰি বিভিন্ন দিশসমূহ পুংখানুপুংখভাৱে নিৰিক্ষণ কৰি সন্তোষ পায় বুলি জানিব পৰা গৈছে৷ বহিঃ নিৰিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজনতো অংশগ্ৰহণ কৰিছে৷

schoolP1 1 1 | ASSAM TIMES POST

আনহাতে আজিৰ কাৰ্যসূচীত বহিঃ নিৰিক্ষক ৰাজেছন তেৰাঙৰ সৈতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠক, এছএমডিচিৰ সভাপতি নিপু চৰণ দত্ত, এছএমডিচিৰ প্ৰাক্তন সদস্য অশ্বিন কলিতা, সদস্য ছাইদুল ইছলাম, অনান্য গণ্যমান্য সদস্য, মাতৃ গোটৰ সদস্যা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷

Tags: Chandrasing Teron High SchoolDiphuডিফুৰ চন্দ্ৰছিং টেৰণ হাইস্কুল
Share4Tweet3Send

Related Posts

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
ADVERTISEMENT
নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:
National-International

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
50
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু
National-International

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
50
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান
National-International

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026
50
Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ
National-International

Zojila canal : অৱশেষত সম্পূৰ্ণ হ’ল জোজিলা সুৰংগ, কাশ্মীৰৰ সৈতে সংযোগ লাডাখৰ

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

নিজৰ ছচিয়েল মিডিয়া প্লেটফর্ম খোলাৰ চিন্তা এলেন মাস্কৰ:

বিশ্বৰ প্ৰথম ‘ট্ৰিলিয়নায়াৰ’ হোৱাৰ সম্ভাৱনা ইলন মাস্ক

June 9, 2026
India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

India’s Nuclear Policy : ‎ভাৰতৰ পাৰমাণৱিক নীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন : যুদ্ধৰ বাবে ১২ টা পাৰমাণৱিক অস্ত্ৰ সাজু

June 9, 2026
Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

Khan Sir : কোচিং চেণ্টাৰৰ বাহিৰত গুলীচালনাৰ ঘটনাত সাময়িক সকাহ খান ছাৰৰ, পাটনা আদালতৰ অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx