ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Adani I ‘বিজেপিৰ লুকুৱাবলৈ বা ভয় কৰিবলৈ একো নাই’, আদানী বিতৰ্কক লৈ মুখ খুলিলে অমিত শ্বাহে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
February 14, 2023
Reading Time: 1 min read
A A
0
Adani I ‘বিজেপিৰ লুকুৱাবলৈ বা ভয় কৰিবলৈ একো নাই’, আদানী বিতৰ্কক লৈ মুখ খুলিলে অমিত শ্বাহে

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

আদানী (Adani) বিতৰ্কক লৈ এইবাৰ মুকলিকৈ মুখ খুলিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah)। মঙলবাৰে সংবাদ সংস্থা এএনআইক (ANI) দিয়া এক সাক্ষাৎকাৰত শ্বাহে কয় যে বিজেপিৰ হাতত লুকুৱাবলগীয়া একো নাই আৰু ভয় কৰিবলগীয়া একো নাই। এই বিতৰ্কত বিৰোধীয়ে মোদী চৰকাৰক (Modi Sarkar) লক্ষ্য কৰি লৈছে। এই মন্তব্য কৰে গৃহমন্ত্ৰী গৰাকীয়ে।

Amit Shah commented
আদানী বিতৰ্কক লৈ মুখ খুলিলে অমিত শ্বাহে:

আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ বাবে বিত্তীয় জালিয়াতি আৰু প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। আমেৰিকাৰ বিনিয়োগ গৱেষণা কোম্পানী ‘হিণ্ডেনবাৰ্গ ৰিচাৰ্চʼ(Hindenburg Resource) ৰ প্ৰতিবেদন ওলোৱাৰ লগে লগে দেশত হুলস্থুলৰ সৃষ্টি হয়। কংগ্ৰেছকে ধৰি বিৰোধীয়ে উদ্যোগপতি গৌতম আদানীৰ (Gautam Adani) সৈতে প্ৰধানমন্ত্ৰী মোদীৰ ‘ভাল সম্পৰ্কʼৰ সুযোগ লৈছে।

আদানীৰ সৈতে মোদীৰ কি সম্পৰ্ক? এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে। বিৰোধীয়ে এই কেলেংকাৰিৰ যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ দাবী জনাইছে। কিন্তু প্ৰধানমন্ত্ৰীয়ে আদানীৰ ওপৰত এষাৰো কথা খৰচ কৰা নাছিল। বৰঞ্চ মোদীয়ে বিৰোধীৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই কয়- “বিৰোধীয়ে বোকা পেলাইছে কাৰণ তেওঁলোকৰ হাতত বোকা আছে। যিমানেই বোকা পেলাই দিব সিমানেই পদুম ফুলিব।”

কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বিতংভাৱে একো নকʼলে। এই পৰিপ্ৰেক্ষিতত শ্বাহে কয়, “বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছে। যিহেতু গোচৰটো উচ্চতম ন্যায়ালয়ত আছে, গতিকে মন্ত্ৰী হিচাপে ইয়াৰ ওপৰত মন্তব্য কৰাটো সঠিক নহয়।”
শ্বাহে লগতে কয়, “বিজেপিৰ লুকুৱাবলগীয়া একো নাই। আন একো ভয় নাই।” শ্বাহৰ আগত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই বিতৰ্কত প্ৰশ্নৰ সন্মুখীন হৈছিল। কিন্তু তেওঁৱো কৌশলেৰে এই বিষয়টো এৰাই চলিছিল। তেওঁ মাথোঁ কৈছিল, “এই দেশৰ নিয়ন্ত্ৰক সংস্থাসমূহে সমগ্ৰ বিষয়টোৰ বিষয়ে অৱগত৷ কেৱল এতিয়াই নহয়, তেওঁলোক সদায় সজাগ।”

এই গোচৰত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন দাখিল কৰা হৈছে। যোৱা শনিবাৰে সেই আৱেদনৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ চন্দ্ৰচুৰে (Chandrachud) কয়, “এনে পৰিস্থিতিৰ পুনৰাবৃত্তি ৰোধৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিমনে? নীতিৰ বিষয়ত আমি হস্তক্ষেপ কৰিব নিবিচাৰো। সেইটো চৰকাৰৰ কাম। চৰকাৰ এই বিষয়ত আগ্ৰহী হোৱা উচিত। শ্বেয়াৰ বজাৰৰ নিয়ন্ত্ৰণ ব্যৱস্থা আৰু ভাৰতীয় বিনিয়োগকাৰীৰ স্বাৰ্থ সুৰক্ষাৰ বিষয়ে আমি ছলিচিটৰ জেনেৰেলৰ ওচৰত আমাৰ উদ্বেগ প্ৰকাশ কৰিছো।”

Tags: অমিত শ্বাহ
Share4Tweet3Send

Related Posts

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

by Staff Reporter
June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

by Staff Reporter
June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

by Staff Reporter
June 17, 2026
50
বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক
National-International

বিশ্বকাপত লিঅ’নেল মেছিৰ প্ৰথম হেটট্ৰিক

by Staff Reporter
June 17, 2026
50
Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
National-International

Honeymoon murder : হত্যাৰ বলি মধুচন্দ্ৰিকালৈ যোৱা নকইনা, উলংগ-ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

by News Desk
June 16, 2026
50
Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ
National-International

Punjab CM Controversy : পঞ্জাবৰ মুখ্যমন্ত্ৰীক বৰ্জন শিখ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

by News Desk
June 16, 2026
50
ADVERTISEMENT
Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা
National-International

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
50
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে
National-International

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
50
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন
National-International

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

June 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

Shiv Sena UT crisis I উদ্ধৱসেনাৰ বিদ্ৰোহী সাংসদৰ সৈতে একনাথ শিণ্ডেৰ বৈঠকৰ সম্ভাৱনা, পুনৰ বিভাজনৰ আশংকা

June 17, 2026
Cockroach Janata Party I পঁইতাচোৰাৰ গুৰুক কোনে কিয় চৰিয়ালে

Cockroack Janata Party I পঁইতাচোৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপকে

June 17, 2026
Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

Modi Trump talks । ১৬ মাহ পাছত মোদী-ট্ৰাম্পৰ বৈঠক, সৌজন্যতা বিনিময় কৰিলেও নকৰিলে আলিঙ্গন

June 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx