ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gujrat Police I ‘মোডী হটাও’, প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে পোষ্টাৰ মাৰি গুজৰাটত গ্ৰেপ্তাৰ ৮

নিউজ ডেস্কঃ

News Desk by News Desk
March 31, 2023
Reading Time: 1 min read
A A
0
Gujrat Police I ‘মোডী হটাও’, প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে পোষ্টাৰ মাৰি গুজৰাটত গ্ৰেপ্তাৰ ৮

RELATED POSTS

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

গুজৰাট আৰক্ষী (Gujrat Police)য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ বিৰুদ্ধে আপত্তিজনক পোষ্টাৰ (Poster) লগোৱাৰ অপৰাধত আহমেদাবাদৰ পৰা ৮জন লোকক গ্ৰেপ্তাৰ (8 persons arrested) কৰে। সংবাদ সংস্থা এএনআইৰ সূত্ৰত এই কথা প্ৰকাশ। আহমেদাবাদকে ধৰি গুজৰাটৰ বিভিন্ন স্থানত ‘মোডী হটাও, দেশ বাচাও’ (Modi hatao, Desh Basao) লিখা পোষ্টাৰ লগোৱাৰ অভিযোগ উত্থাপন হৈছে ।

বৃহস্পতিবাৰে দেশৰ বিভিন্ন প্ৰান্তত মোডীৰ বিৰুদ্ধে পোষ্টাৰ প্ৰচাৰৰ আহ্বান কৰে আম আদমী পাৰ্টি (AAP)য়ে। আপে জনাইছে যে দেশৰ এঘাৰটা ভাষাত পোষ্টাৰ ছপা কৰি বিভিন্ন ৰাজ্যত বিতৰণ কৰা হʼব। শুকুৰবাৰৰ ঘটনাৰ দায়িত্বও গ্ৰহণ কৰিছে আপে। গুজৰাটৰ আপৰ সভাপতি ইছুদান গাদভিয়ে দাবী কৰিছে যে গ্ৰেপ্তাৰ হোৱা ৮ জন লোক আটাইকেইজনেই আপৰ সক্ৰিয়কৰ্মী। আৰক্ষীৰ মতে, নিৰ্দিষ্ট অভিযোগৰ ভিত্তিত উক্ত ৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত তেওঁলোকে সুকীয়া তদন্ত চলাই আছে।

'মোডী হটাও',
 মোডী হটাও’, প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে পোষ্টাৰ মাৰি গুজৰাটত গ্ৰেপ্তাৰ :

আপৰ হৈ এটা টুইটত কোৱা হৈছে যে বিজেপিৰ একনায়কত্ববাদী নীতি চৰম স্তৰত উপনীত হৈছে। এই টুইটটোত এই প্ৰশ্নও উত্থাপন হৈছে যে সামান্য পোষ্টাৰ লগোৱাৰ বাবে কোনোবাই কিয় গ্ৰেপ্তাৰ হʼব। এই গ্ৰেপ্তাৰৰ পৰা নিৰ্ভীক হৈ আম আদমি পাৰ্টিৰ (Aam Aadmi Party) সদস্যসকলে বিজেপিৰ বিৰুদ্ধে যুঁজ দি যাব বুলিও কোৱা হৈছে।

যোৱা সপ্তাহত দিল্লীত মোডীৰ বিৰুদ্ধে কেইবাখনো পোষ্টাৰ দেখা গৈছিল। এই ঘটনাত ৪৯টা অভিযোগ দাখিল কৰা হৈছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ জন লোকক। এই সন্দৰ্ভত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদ সংস্থা পিটিআইক কয়, “ব্ৰিটিছ শাসনতো পোষ্টাৰ লগোৱাৰ বাবে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাছিল। কিন্তু স্বাধীন ভাৰতত এই অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰি আছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GujratModi hataoposterগুজৰাটপোষ্টাৰমোডী হটাও
Share5Tweet3Send

Related Posts

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি
National-International

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

by News Desk
October 1, 2026
50
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী
National-International

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

by News Desk
October 1, 2026
50
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

by News Desk
October 1, 2026
50
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
September 30, 2026
51
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

by News Desk
September 30, 2026
51
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

by News Desk
September 30, 2026
52
ADVERTISEMENT
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি
National-International

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

October 1, 2026
50
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী
National-International

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

October 1, 2026
50
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

October 1, 2026
50
Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ
Assam

Jorhat : যোৰহাটত চাঞ্চল্যকৰ ঘটনা, কর্তব্যৰত আৰক্ষীক প্রহাৰ

October 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

October 1, 2026
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

October 1, 2026
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d