Narendra Modi meditation in Kaniyakumari I কন্যাকুমাৰীত ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
কন্যাকুমাৰীত ধ্যানত বহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)। বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা তাত তেওঁ বিবেকানন্দ ৰক মেম’ৰিয়েলত শনিবাৰে সন্ধিয়ালৈকে ধ্যান কৰিব। ...







