AI book I কৃত্ৰিম বুদ্ধিমত্তাৰে কিতাপ লিখি চৰকাৰী পুথিভঁৰালত বিক্ৰী, ১.৭৪ কোটিৰ দুৰ্নীতিৰ অপৰাধত গ্ৰেপ্তাৰ প্ৰকাশক
এজন প্ৰকাশকে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত বহু গ্ৰন্থ লিখি ছপা কৰি তামিলনাডুৰ চৰকাৰী পুথিভঁৰালত বিক্ৰী কৰি আছিল। ৰাজ্যৰ দুৰ্নীতি নিবাৰক শাখাই ...







