Bangladesh political crisis : প্ৰতিবাদত সেও মানি বাংলাদেশৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ
আন্দোলনকাৰীৰ প্ৰতিবাদৰ মাজতে বাংলাদেশৰ মুখ্য ন্যায়াধীশ (Chief Justice of Bangladesh) ওবাইদুল হাছানে পদত্যাগ (Obaidul Hasan resigns) কৰে। শনিবাৰে বিয়লি বাংলাদেশৰ ...







