Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
বিতৰ্কৰ মাজতে মল্লিকাৰ্জুন খাৰ্গেয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে মাত মাতিছে। তেওঁ জ্ঞানেশ কুমাৰক ‘মোদী চৰকাৰৰ হাতৰ পুতলা’ বুলি কটাক্ষ ...







