Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজেপি বিধায়ক বিজয় কুমাৰ গুপ্তাই কৰা মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে ...












