ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pakistan is trouble I ইমৰাণ খানক মুক্তিৰ দাবীত পাকিস্তানত ব্যাপক প্ৰতিবাদ, হিংসাত্মক ঘটনাত জ্বলিছে পাকিস্তান

নিউজ ডেস্কঃ

News Desk by News Desk
May 11, 2023
Reading Time: 1 min read
A A
0
Pakistan is trouble I ইমৰাণ খানক মুক্তিৰ দাবীত পাকিস্তানত ব্যাপক প্ৰতিবাদ, হিংসাত্মক ঘটনাত জ্বলিছে পাকিস্তান

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

ইমৰাণ খান (Imran Khan)ৰ গ্ৰেপ্তাৰৰ পিছতে পাকিস্তান অশান্ত (Pakistan is troubled) হৈ পৰিছে। আনহাতে, অশান্ত পাকিস্তানৰ হিংসাত্মক প্ৰতিবাদৰ লেলিহান শিখাই আগুৰি ধৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ বাসগৃহ। ইমৰাণৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে লাহোৰত শ্বাহবাজৰ ঘৰত আক্ৰমণ চলায় পাকিস্তান তেহৰিক-এ-ইনছাফৰ সমৰ্থকে। অৱশ্যে সেই সময়ত শ্বাহবাজ আৰু তেওঁৰ পৰিয়ালৰ লোক ঘৰত নাছিল।

লাহোৰ আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে পুৱা ৫০০ৰো অধিক পিটিআই সমৰ্থকে মডেল টাউনৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ ইমৰাণৰ মুক্তিৰ দাবীত শ্লোগান দিবলৈ আৰম্ভ কৰে। ঘৰৰ সন্মুখত থিয় হৈ থকা এখন গাড়ীতো জুই লগাই দিয়ে। লাহোৰৰ এগৰাকী আৰক্ষী বিষয়াই সংবাদ সংস্থা পিটিআইক জনাইছে যে ইমৰাণৰ সমৰ্থকে প্ৰধানমন্ত্ৰীৰ ঘৰৰ ভিতৰত একাধিক পেট্ৰোল বোমা নিক্ষেপ কৰে।

ইমৰাণ খান

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আক্ৰমণৰ সময়ত শ্বাহবাজৰ ঘৰত কেৱল নিৰাপত্তাৰক্ষীহে উপস্থিত আছিল। আন্দোলনকাৰী পিটিআই কৰ্মী-সমৰ্থকে লাহোৰৰ এটা আৰক্ষী চকীত অগ্নিসংযোগ কৰে। প্ৰধানমন্ত্ৰীৰ বাসগৃহ পোৱাৰ পূৰ্বে আন্দোলনকাৰীয়ে পাকিস্তানৰ শাসকীয় পিএমএল-এন সচিবালয়কো আক্ৰমণ কৰে। তাতে জুইও লগাই দিয়ে। অৱশ্যে আৰক্ষীৰ বৃহৎ বাহিনী সেই স্থানত উপস্থিত হোৱাৰ লগে লগে প্ৰতিবাদকাৰীসকলে পলায়ন কৰে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, বিগত দুদিনত প্ৰতিবাদকাৰীয়ে ১৪টা চৰকাৰী অট্টালিকা আৰু ২১খন আৰক্ষীৰ বাহনত অগ্নিসংযোগ কৰিছে।মঙলবাৰে ইমৰাণক পাকিস্তান সেনাই ভূমি হস্তান্তৰৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছত ইছলামাবাদকে ধৰি কেইবাখনো চহৰত উত্তেজনাৰ সৃষ্টি হয়। তাৰ পিছৰে পৰা সমগ্ৰ পাকিস্তানত পিটিআই কৰ্মী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষত কমেও সাতজন লোকৰ মৃত্যু হৈছে আৰু ৩০০ৰো অধিক লোক আহত হৈছে। ইছলামাবাদকে ধৰি পাকিস্তানৰ কেইবাখনো চহৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

Tags: Imran khanPakistanইমৰাণ খানপাকিস্তান
Share4Tweet3Send

Related Posts

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

by News Desk
June 11, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

by News Desk
June 11, 2026
50
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ
National-International

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

by News Desk
June 11, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

by Staff Reporter
June 11, 2026
50
Attack on Indian Ship I ভাৰতীয় জাহাজত আক্ৰমণ, ওমান উপকূলত তিনিজন নিৰুদ্দেশ

Modi at Parliament : এফালে যুদ্ধ আৰু আনফালে আহি আছে গ্ৰীষ্মকাল : সংসদত কি ক’লে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi । ১২ বছৰীয়া কাৰ্যকাল উদযাপনত কংগ্ৰেছক কটাক্ষ মোদীৰ, দিলে উন্নয়নৰ খতিয়ন

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
50
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই
National-International

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
50
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ
National-International

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

June 11, 2026
50
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

NEET I অতীতৰ পৰা শিক্ষা লৈ বিমানেৰে পৰিবহণ কৰিব নীট প্ৰশ্নকাকত

June 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

June 11, 2026
Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

Ethanol mixed petrol : ২২-৩০% ইথানল মিহলি পেট্ৰ’লৰ আবকাৰী শুল্ক ৰেহাই দিলে কেন্দ্ৰই

June 11, 2026
Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

Lady Doctor body rescued : মহিলা চিকিৎসকৰ মৃতদেহ উদ্ধাৰ; হত্যাৰ দাবী পৰিয়ালৰ, স্বামীৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত প্ৰেমৰ অভিযোগ

June 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT