ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Imran Khan I ইমৰাণ খানৰ গ্ৰেপ্তাৰ অবৈধ, ঘোষণা পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 12, 2023
Reading Time: 1 min read
A A
0
Imran Khan I ইমৰাণ খানৰ গ্ৰেপ্তাৰ অবৈধ, ঘোষণা পাকিস্তান উচ্চতম ন্যায়ালয়ৰ

RELATED POSTS

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰাণ খানৰ (Imran Khan) গ্ৰেপ্তাৰক অবৈধ (Illegal) বুলি ঘোষণা কৰে। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে এই ৰায় দিয়ে। পাকিস্তানৰ মুখ্য ন্যায়াধীশ ওমৰ আতা বন্দিয়ালে আদালতৰ চৌহদৰ পৰা কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰি বুলি প্ৰশ্ন উত্থাপন কৰে।

Imran Khan
Pakistan Supreme Court calls Imran Khan’s arrest ‘illegal’

বৃহস্পতিবাৰে আল কাদিৰ ট্ৰাষ্ট গোচৰত পাকিস্তান তেহৰিক-এ-ইনছাফৰ অধ্যক্ষ ইমৰাণ খানক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আবেদনৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় জবাবদিহিতা ব্যুৰোক এঘণ্টাৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

যদিও দুপৰীয়া ৪.৩০ বজাৰ ভিতৰত হাজিৰ কৰোৱাৰ কথা আছিল, তথাপিও ৫.৪০ বজাত হাজিৰ কৰা হৈছিল। ১৫খন বাহনৰ কনভয়ত ইমৰাণ খানক আদালতলৈ নিয়া হয়। ৰাজনৈতিক বিশ্লেষকসকলে অনুভৱ কৰিছে যে উচ্চতম ন্যায়ালয়ৰ এই ৰায়দান ইমৰাণ খানৰ দল পাকিস্তান তেহৰিক-এ-ইনছাফৰ বাবে এক ‘স্বস্তিদায়ক’।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Imran khan
Share4Tweet3Send

Related Posts

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
National-International

by News Desk
October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

by News Desk
October 2, 2026
50
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

by News Desk
October 2, 2026
50
Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

October 1, 2026
53
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

51
ADVERTISEMENT
Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
National-International

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

October 2, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
50
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত
National-International

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026
50
Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ
Sports News

Asian Games 2026 : জন্মদিনত স্বৰ্ণজয় অসমকন্যা লাভলীনাৰ

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

Smit Machchhar : সংকটৰ সময়ত হনুমান চলিছা পাঠ কৰিছিল, ফ্লাইডুবাইৰ নায়কৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

October 2, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Flight captain attack case : ছুৰী নে কুঠাৰেৰে আঘাত কৰিছিল, ৰক্তাক্ত ককপিটৰ ঘটনাক লৈ বিতৰ্ক তুংগত

October 2, 2026
FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

FlyDubai incident : বিমান দুৰ্ঘটনাত ইৰাণ সংযোগ পালে ট্ৰাম্পৰ কঠোৰ সঁহাৰিৰ ইংগিত

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d