ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

নিউজ ডেস্কঃ

News Desk by News Desk
October 2, 2026
Reading Time: 1 min read
A A
0
Students drowning : কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

RELATED POSTS

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

New Logo Smal 2 | ASSAM TIMES POST

কোচিং ক্লাছৰ পৰা পিকনিক খাবলৈ যোৱা আঠজন ছাত্ৰ (Eight students) সাগৰত উটি (Students drown) যায়। আৰক্ষীৰ মতে, পুনেৰ ছাত্ৰসকলে গা ধুবলৈ গৈ সাগৰৰ পাৰৰ পৰা যথেষ্ট দূৰলৈ গৈছিল। তাৰ পিছত তেওঁলোকক ঢৌৱে উটুৱাই লৈ যায়। পিছত আঠজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। পুনেৰ (Pune) আলাণ্ডি অঞ্চলৰ জনপ্ৰিয় কোচিং কেন্দ্ৰ হৈছে উইনাৰ্ছ একাডেমী (Winners Academy)। তাৰ একাংশ ছাত্ৰ-ছাত্ৰী মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ দিবেগড়ত পিকনিকৰ বাবে গৈছিল।

আৰক্ষীয়ে জনোৱা মতে, পিকনিক গ্ৰুপত মুঠ ৪৮ জন ছাত্ৰ-ছাত্ৰী আছিল। ইয়াৰে ২৫ জন ল’ৰা আৰু ১৭ জনী ছোৱালী। ইয়াৰ বাহিৰেও আছিল ছয়জন শিক্ষক। অভিযোগ অনুসৰি, বহুতে সাগৰত গা ধুই আছিল। কিছুমানে যথেষ্ট দূৰলৈ গৈছিল। তাত ঢৌৰ উচ্চতাও বেছি আছিল। এজন আৰক্ষী বিষয়াৰ মতে, ছাত্ৰসকলে সেই অংশৰ সাগৰৰ গভীৰতা বুজি পোৱা নাছিল। পানীৰ সোঁতো অনুমান কৰিব পৰা নাছিল। সেইবাবেই ঘটনাটো সংঘটিত হয়।

stud | ASSAM TIMES POST
কোচিং ক্লাছৰ পৰা পিকনিকলৈ গৈ সাগৰত উটি গ’ল ৮ ছাত্ৰ, উদ্ধাৰ মৃতদেহ

বাকীসকলে কিছু সময়ৰ পাছত আঠজন নিৰুদ্দেশ হোৱা বুলি গম পায়। আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। স্থানীয় ৰাইজো জড়িত হৈ পৰে। সন্ধিয়ালৈকে তেওঁলোকে এজন এজনকৈ আঠজনক উদ্ধাৰ কৰে। লগে লগে বৰলীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। কিন্তু তাত থকা চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত আটাইকেইজন একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ, বয়স প্ৰায় ১৬ বছৰ। তেওঁলোকৰ পৰিয়ালক অৱগত কৰা হৈছে। নিহতকেইজন হ’ল তন্ময় দত্তত্ৰেয় বাহিলে, সুমিত ভাৰত অহিৰ, প্ৰণৱ ৰামদাস বনছ’ডে, কৈবল্য সতীশ ৱাশংকৰ, ৰাজবীৰ যুৱৰাজ বাহিলে, যশ কিৰণ ৱাংখেড়ে, সোহাম টুকাৰাম ভাণ্ডোৱালকাৰ আৰু কৌস্তুভ সন্দীপ দৌণ্ড।

ৰায়গড়ৰ জনপ্ৰিয় সমুদ্ৰ সৈকত ডিবেগড়। পুনেৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। বহুতে পিকনিকৰ বাবে আদৰ্শ স্থান হিচাপে বাছি লৈছে। বৃহস্পতিবাৰৰ এই শোকাৱহ ঘটনাই অঞ্চলটোৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে শোক প্ৰকাশ কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “এয়া অতি দুখজনক, হৃদয়বিদাৰক কাণ্ড। স্থানীয় প্ৰশাসনে মৃতকৰ মৃতদেহ আলাণ্ডীলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: puneStudentsdrowning
Share4Tweet3Send

Related Posts

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

by News Desk
October 1, 2026
53
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
51
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
51
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি
National-International

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

by News Desk
October 1, 2026
51
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী
National-International

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

by News Desk
October 1, 2026
51
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

by News Desk
October 1, 2026
52
ADVERTISEMENT
Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ
Assam

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

October 2, 2026
50
Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা
Assam

Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

October 2, 2026
50
Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
Assam

Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

October 2, 2026
50
Road accident : ৰূপহীহাটৰ কাছখাইতীত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : ৰূপহীহাটৰ কাছখাইতীত ভয়ংকৰ পথ দুৰ্ঘটনা

October 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

Rape : দেৰগাঁৱত কিশোৰীৰ ওপৰত জঘন্য কাণ্ড, প’কছো আইনৰ অধীনত অভিযুক্ত গ্ৰেপ্তাৰ

October 2, 2026
Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

Hojai : হোজাই ন-ভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ মহিলা

October 2, 2026
Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

Road block : শিৱসাগৰৰ হালোৱাটিংত ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

October 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d