ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rajasthan Crime I চাৰে চাৰি লাখ টকাৰ লোভত পিতৃয়ে বিক্ৰী কৰিলে সাত বছৰীয়া কন্যাক!

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 24, 2023
Reading Time: 1 min read
A A
0
Rajasthan Crime I চাৰে চাৰি লাখ টকাৰ লোভত পিতৃয়ে বিক্ৰী কৰিলে সাত বছৰীয়া কন্যাক!

RELATED POSTS

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

10 Injured as Under-Construction Building Collapses Near Ambala

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

জন পিতৃয়ে নিজৰ সাত বছৰীয়া কন্যা সন্তানক চাৰে চাৰি লাখ টকাত বিক্ৰী কৰিলে ৩৮ বছৰীয়া এজন ব্যক্তিক। ব্যক্তিজনে নাবালিকাক বিয়া কৰায়! ৰাজস্থানৰ (Rajasthan) ঢোলপুৰ জিলাত সংঘটিত হয় ঘটনা। অৱশ্যে আৰক্ষীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰে। আদবয়সীয়া লোকজনকো গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, ভূপাল সিং নামৰ এজন ৩৮ বছৰীয়া যুৱকে সাত বছৰীয়া নাবালিকাগৰাকীক তেওঁৰ পিতৃৰ পৰা চাৰে চাৰি লাখ টকাত ক্ৰয় কৰিছিল।

পিতৃয়ে বিক্ৰী কৰিলে সাত বছৰীয়া কন্যাক!
চাৰে চাৰি লাখ টকাৰ লোভত পিতৃয়ে বিক্ৰী কৰিলে সাত বছৰীয়া কন্যাক!:

অভিযোগ অনুসৰি, ২১ মেʼত নাবালিকাগৰাকীক বিয়া কৰাইছিল ভূপালে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তৰ ঘৰ ৰাজস্থানৰ ঢোলপুৰৰ মনিয়া অঞ্চলত। অভিযুক্ত আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে একাধিক অভিযোগ উত্থাপন হৈছে। পৰিয়ালটোৰ একাংশক মধ্যপ্ৰদেশৰ কাৰাগাৰতো বন্দী কৰি ৰখা হৈছিল। জে’লৰ পৰা মুক্তি পোৱাৰ পিছত গোটেই পৰিয়ালটোৱে ৰাজস্থানৰ এই গাঁওখনলৈ আহি থাকিবলৈ লয়।

মঙলবাৰে আৰক্ষীয়ে তথ্য লাভ কৰে যে এগৰাকী নাবালিকা ছোৱালীক বিক্ৰী কৰি এজন আদবয়সীয়া লোকৰ লগত বিয়া দিয়া হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ ঘৰৰ পৰা নাবালিকাক উদ্ধাৰ কৰে। আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্তৰ পৰিয়ালে এই ঘটনাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বিতং তদন্ত অব্যাহত ৰাখিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Rajasthan
Share5Tweet3Send

Related Posts

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

by News Desk
September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

by News Desk
September 28, 2026
50
10 Injured as Under-Construction Building Collapses Near Ambala
National-International

10 Injured as Under-Construction Building Collapses Near Ambala

by News Desk
September 28, 2026
50
Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল
National-International

Bank strike : শেষ মুহূর্তত কিয় স্থগিত ৰখা হ’ল বেংক ধর্মঘট? নিশাৰ বৈঠকত কি কি সিদ্ধান্ত হ’ল

by News Desk
September 28, 2026
50
Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ
National-International

Wife murder : পত্নীক হত্যা কৰি পুতি ৰাখিছিল পথাৰত, চাফাই কৰ্মীৰ উজুটিত ওলাই আহিল মৃতদেহ

by News Desk
September 26, 2026
52
Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক
National-International

Old woman rape : ঘৰৰ সন্মুখত মদ খোৱাত আপত্তি কৰাই কাল হ’ল, দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা ৭০ বছৰীয়া বৃদ্ধাক

by News Desk
September 26, 2026
52
ADVERTISEMENT
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

September 28, 2026
50
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

September 28, 2026
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d