ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Odisha school was turned into makeshift morgue | ৰেল দুৰ্ঘটনাৰ পিছত অস্থায়ী মৰ্গ হিচাপে ব্যৱহাৰ, ভাঙি পেলাব ওড়িশাৰ বাহানগা বজাৰ বিদ্যালয়

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 10, 2023
Reading Time: 1 min read
A A
0
Odisha school was turned into makeshift morgue |  ৰেল দুৰ্ঘটনাৰ পিছত অস্থায়ী মৰ্গ হিচাপে ব্যৱহাৰ, ভাঙি পেলাব ওড়িশাৰ বাহানগা বজাৰ বিদ্যালয়

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

ওড়িশাৰ বালাশ্বৰত (Odisha Balasore) সংঘটিত ভয়ংকৰ ৰেʼল দুৰ্ঘটনাৰ পিছত বাহানগা বজাৰ হাইস্কুলক (Bahanaga High School) অস্থায়ী মৰ্গ হিচাপে ব্যৱহাৰ কৰা হৈছিল। বগা কাপোৰেৰে মেৰিয়াই শাৰী শাৰীকৈ মৃতদেহ বিদ্যালয়লৈ অনা হৈছিল। কিন্তু শীত-তাপ নিয়ন্ত্ৰন ব্যৱস্থাৰ অভাৱত মৃতদেহবোৰ পচিবলৈ ধৰে। পিছত ভুৱনেশ্বৰৰ চাৰিখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। এইবাৰ জিলা প্ৰশাসনে সেই বিদ্যালয়খন ভাঙি পেলোৱাৰ সিদ্ধান্ত লয়। শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে বিদ্যালয়খন ভাঙি পেলোৱাৰ কাম। অভিভাৱকৰ প্ৰস্তাৱ মানি কাষতে নিৰ্মাণ হʼব নতুন বিদ্যালয় ভৱন।

Odisha School
Odisha school was turned into makeshift morgue

যোৱা শুকুৰবাৰে নিশাৰ পৰা শনিবাৰে নিশালৈকে বাহানগা হাইস্কুলত বহু অচিনাক্ত মৃতদেহ আছিল। ইয়াৰ পিছতে মৃতদেহবিলাক নৰ্থ ওড়িশা চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী বিজনেছ পাৰ্কলৈ লৈ যোৱা হয়। বিদ্যালয় চৌহদত হোৱা দুৰ্গন্ধৰ বাবে পৰিষ্কাৰ কৰাৰ উপৰি বিদ্যালয়খন ছেনিটাইজ কৰা হয়। কিন্তু তাৰ পিছতো বিদ্যালয়খনলৈ ছাত্ৰ-ছাত্ৰীক লৈ যোৱাৰ বাবে অভিভাৱকসকলে উদ্বেগ প্ৰকাশ কৰে।

বিষয়টো জানিব পাৰি বালাশ্বৰৰ জিলা দণ্ডাধীশে বিদ্যালয়ত উপস্থিত হৈ অভিভাৱকৰ সৈতে আলোচনা কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীক ভয় নকৰিবলৈ বাৰ্তা দিয়ে। জিলা দণ্ডাধীশে বিদ্যালয়খনৰ বৰ্তমানৰ ভৱন ভাঙি নতুন ভৱন নিৰ্মাণৰ বাবে অভিভাৱকসকলে আগবঢ়োৱা প্ৰস্তাৱটো চোৱাচিতা কৰাৰ আশ্বাস দিয়ে। অৱশ্যে এই সন্দৰ্ভত ৰিপোৰ্ট নিদিবলৈ অনুৰোধ জনায়।

বহু অভিভাৱকে কয় যে বিদ্যালয়খন মৰ্গ হিচাপে ব্যৱহাৰ কৰাৰ সময়ত দেখা দৃশ্যৰ পিছত তেওঁলোকে আৰু নিজৰ সন্তানক তালৈ পঠিয়াব নিবিচাৰে। বিভিন্ন অলৌকিক কাহিনীও প্ৰচাৰিত হৈছে অঞ্চলটোত। ইয়াৰ পিছতে জিলা প্ৰশাসনে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লয়। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়ন চলোৱা এই বিদ্যালয়খনত বৰ্তমান ৫৬৫ জন ছাত্ৰ-ছাত্ৰী আছে।

Tags: Odisha
Share4Tweet3Send

Related Posts

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

by News Desk
August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

by News Desk
August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

by News Desk
August 13, 2026
50
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

ADVERTISEMENT
NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ
National-International

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
50
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত
National-International

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
50
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

NEET row : নীট কেলেংকাৰীক লৈ সংসদত উত্তাল পৰিস্থিতি; অমিত শ্বাহে ২৪ ঘণ্টাই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ মান্তি হোৱাৰ বিপৰীতে বিৰোধীৰ শুনিবলৈ অস্বীকাৰ

August 13, 2026
India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

India China conflict : ভাৰত-চীন সীমান্তৰ পৰিস্থিতি সুস্থিৰ, বেইজিঙৰ দাবীৰ বিপৰীতে চীনা সেনাৰ কাৰ্যকলাপত নিমাত

August 13, 2026
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT