ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

A R Rahman I পিতৃৰ পথকে অনুসৰণ এ আৰ ৰহমানৰ কন্যা খাতিজাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
June 12, 2023
Reading Time: 1 min read
A A
0
A R Rahman I পিতৃৰ পথকে অনুসৰণ এ আৰ ৰহমানৰ কন্যা খাতিজাৰ

RELATED POSTS

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

পিতৃৰ পথতে খোজ দিছে কন্যাই। সংগীত জগতত তেওঁ দীৰ্ঘদিন ধৰি আছে। কেইবাখনো ছবিৰ পাৰ্শ্ব গায়িকা। এইবাৰ সংগীত পৰিচালনা (Music Direction) কৰিছে এ আৰ ৰহমান (A R Rahman)ৰ কন্যা খাতিজা ৰহমানে (Daughter Khatija Rahman)। তেওঁ নিজেই টুইট কৰে এই সুখৰ খবৰ। খবৰটো শুনাৰ পিছত দেশৰ সংগীত জগতে ঘোষণা কৰে, নৱপ্ৰজন্মও ‘ৰহমানীয়া’ৰ প্ৰতি আকৰ্ষিত হʼবলৈ গৈ আছে।

images 12 | ASSAM TIMES POSTতামিল ছবি ‘মিনমিনী’ত সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে ৰহমান-কন্যাই। খাতিজাৰ লগতে ছবিখনৰ পৰিচালক হালিতা ছামিমেও সোমবাৰে আনুষ্ঠানিক ঘোষণা কৰে। টুইটত লিখিছে, “#মিনমিনীৰ বাবে এই ব্যতিক্ৰমী প্ৰতিভাৰ সৈতে কাম কৰি অত্যন্ত সুখী। সংগীত পৰিচালনাৰ এক উজ্জ্বল প্ৰতিভা গায়িকাগৰাকী। কিবা এটা ডাঙৰ ঘটনা হʼবলৈ ওলাইছে।” হালিতা আৰু খাতিজাই ৰেকৰ্ডিং ষ্টুডিঅ’ত কাম কৰা ছবিও শ্বেয়াৰ কৰে।

 এ আৰ ৰহমানৰ কন্যা খাতিজা
পিতৃৰ পথকে অনুসৰণ এ আৰ ৰহমানৰ কন্যা খাতিজাৰ:

২০১০ চন। খাতিজাই বিজ্ঞান-কল্পকাহিনী একচন ছবি এন্থিৰানত প্লেবেক গায়িকা হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ বহু তামিল, তেলেগু আৰু হিন্দী ছবিৰ টাইটেল ট্ৰেক গাইছে। এই তালিকাত আছে ‘ৰবট’, ‘এম এম’ আৰু ‘ইৰাভিন নিজাল’ৰ দৰে হিট গীত। খাতিজাই শেহতীয়াকৈ মণিৰত্নমৰ ‘পনীয়ান চেলভান ২’ত ‘চিননজিৰু’ গীতটোও গাইছে। হালিতাৰ ‘মিনমিনী’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ইথাৰ অনিল, গৌৰৱ কলাই আৰু প্ৰবীণ কিশোৰে। পৰিচালক হৈছে ‘আইলে’ (২০২১), ‘চিল্লু কাৰুপট্টি’ (২০১৯) আৰু ‘পুৰছুম পি পি’ (২০১৪) আদি জনপ্ৰিয় তামিল ছবিৰ পৰিচালক। খবৰ অনুযায়ী, চলিত বৰ্ষৰ শেষৰ ফালে ছবিখন মুক্তি পোৱাৰ সম্ভাৱনা আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: A R.RAHMANKhatijaRahmanএআৰৰহমানখাতিজা ৰহমান
Share4Tweet3Send

Related Posts

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩
Entertainment

Tiger Shroff : টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ অভিযোগত গ্ৰেপ্তাৰ ৩

by News Desk
October 19, 2026
53
Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ
Entertainment

Tiger Shroff attack : টাইগাৰ শ্ৰফক আক্ৰমণৰ দায়িত্ব স্বীকাৰ বিষ্ণৈ গেঙৰ

by News Desk
October 19, 2026
52
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
ADVERTISEMENT
Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি
National-International

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

November 11, 2026
50
Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ
National-International

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

November 11, 2026
50
Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু
National-International

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

November 11, 2026
50
Arunachal I ANSU, ANYA Launch Indefinite Blockade Over Nyishi Attacks
NORTHEAST

Arunachal I ANSU, ANYA Launch Indefinite Blockade Over Nyishi Attacks

November 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

Delhi pollution I দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণৰ সামান্য উন্নতি

November 11, 2026
Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

Diwali accident I ফটকা ফুটোৱাক লৈ বিবাদত চলোৱা গুলী লাগিল ৰাষ্ট্ৰপতিৰ দেহৰক্ষীৰ মূৰ

November 11, 2026
Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

Man hole accident I খেলি থাকোতে মেনহ’লত পৰি নিৰুদ্দেশ চাৰি বছৰীয়া শিশু

November 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d