ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Actor Harish Megan passes away I প্ৰয়াত ‘গোল মাল’ৰ বিখ্যাত অভিনেতা হৰিশ মেগান, বলীউডত শোকৰ ছাঁ

নিউজ ডেস্কঃ

News Desk by News Desk
July 3, 2023
Reading Time: 1 min read
A A
0
Actor Harish Megan passes away I প্ৰয়াত ‘গোল মাল’ৰ বিখ্যাত অভিনেতা হৰিশ মেগান, বলীউডত শোকৰ ছাঁ

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

বলীউডৰ প্ৰবীণ অভিনেতা (Veteran Bollywood actor) হৰিশ মেগানৰ মৃত্যু (Actor Harish Megan passes away)। হৰিশে ‘গোল মাল’, ‘নমক হালাল’, ‘চুপকে চুপকে’ আদি ছবিত অভিনয় কৰি জনপ্ৰিয় হৈ উঠিছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ।

দেওবাৰে টুইটাৰযোগে চিনে এণ্ড টিভি আৰ্টিষ্ট এছোচিয়েচনে হৰিশৰ মৃত্যুৰ খবৰ ঘোষণা কৰে। সংগঠনটোৱে টুইট কৰি কয়, “হৰিশ মেগানৰ বিয়োগত আমি দুঃখিত। ১৯৮৮ চনৰ পৰা তেওঁ আমাৰ সদস্য আছিল।” হৰিশৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উদ্যোগটোৰ এটা মহলৰ অনুমান যে বাৰ্ধক্যজনিত ৰোগৰ বাবে হৰিশৰ মৃত্যু হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

 অভিনেতা হৰিশ মেগান,
প্ৰয়াত ‘গোল মাল’ৰ বিখ্যাত অভিনেতা হৰিশ মেগান, বলীউডত শোকৰ ছাঁ:

হিন্দী ছবি জগতখনত হৰিশৰ অভিনয় জীৱন প্ৰায় তিনি দশক ধৰি চলি আছিল। আগতে তেওঁ তুলনামূলকভাৱে সৰু সৰু চৰিত্ৰত অভিনয় কৰিছিল। গুলজাৰৰ সৈতে থকা সুসম্পৰ্কৰ বাবেই তেওঁ ‘আন্ধী’ ছবিখনতো সুযোগ পাইছিল। অৱশ্যে হৃষিকেশ মুখোপাধ্যায়ৰ ‘গোল মাল’ত তেওঁৰ অভিনয় আজিও দৰ্শকৰ মনত আছে।

অমিতাভ বচ্চন অভিনীত কেইবাখনো ছবিত হৰিশ আছিল। ইয়াৰ ভিতৰত উল্লেখযোগ্য হʼল ‘নমক হালাল’, ‘শ্বেহেনছা’, ‘আজুবা’, ‘সত্তে পে সত্তা’। ১৯৯৬ চনত মুক্তিলাভ কৰা হৰিশৰ কেৰিয়াৰৰ শেষৰখন ছবি ‘বম্বে কা বাবু’। এটিআইআইৰ প্ৰাক্তন ছাত্ৰ হৰিশে এসময়ত জুহুত অভিনয় প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছিল। হৰিশৰ মৃত্যুৰ কথা ছচিয়েল মিডিয়াত অভিনেতাগৰাকীৰ ঘনিষ্ঠ লোকে স্মৰণ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HarishMeganঅভিনেতা হৰিশ মেগানপ্ৰয়াত 'গোল মাল'ৰ বিখ্যাতবলীউডতশোকৰ ছাঁহৰিশমেগান
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
ADVERTISEMENT
Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য
National-International

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
52
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ
National-International

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
52
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026
54
হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন
Assam

হাউলীস্হিত ২৮ নং অসম আৰক্ষী বাহিনীৰ চাউনীত অঘটন

September 28, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

Gold price : উৎসৱৰ বতৰত হ্ৰাস সোণৰ মূল্য

September 28, 2026
UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

UPI MDR : প্ৰশস্ত হ’ল ইউপিআই লেনদেনত মাচুল আৰোপৰ পথ, উচ্চতম ন্যায়ালয়ে নিদিলে স্থগিতাদেশ

September 28, 2026
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d