
আৰম্ভ হৈছে উৎসৱৰ বতৰ। তাৰ মাজতে হ্ৰাস পাইছে সোণৰ মূল্য। বিগত কিছুদিন ধৰি সোণৰ মূল্য হ্ৰাস অব্যাহত আছে। ইয়াৰ ফলত স্বাভাৱিকতে মধ্যবিত্ত শ্ৰেণীয়ে সকাহ লাভ কৰিছে। দেওবাৰৰ পিছত সোমবাৰেও সোণৰ মূল্য হ্ৰাস পাইছে।
সোমবাৰে দেশৰ কোনখন চহৰত সোণৰ দাম কিমান চাওঁ আহক :
কলকাতাত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১৩,৭৬৫০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৫,০৭৫০ টকা।
দিল্লীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৮০০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৫,০৩২০ টকা।
মুম্বাইত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৬৫০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৫,০৭৫০ টকা।
আহমেদাবাদত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৭০০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৫,০২২০ টকা।

পুনেত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৬৫০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৫,০৭৫০ টকা।
জয়পুৰত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৮০০ টকা। ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ১৫,০৩২০ টকা।
বেংগালুৰুত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৬৫০ টকা।
লক্ষ্ণৌত ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১৩,৭৮০০ টকা।
চেন্নাইত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৫,০৩২০ টকা।
ভুৱনেশ্বৰত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৬৫০ টকা।
পাটনাত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৭০০ টকা।
হায়দৰাবাদত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১৩,৭৬৫ টকা। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য ১৫,০১৭০ টকা।













