ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

New Assam Legislative Assembly Building I মুকলি হ’ল অসম বিধানসভাৰ নতুন ভৱন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 30, 2023
Reading Time: 1 min read
A A
0
New Assam Legislative Assembly  Building I মুকলি হ’ল অসম বিধানসভাৰ নতুন ভৱন

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি হ’ল অসম বিধানসভাৰ নৱনির্মিত ভৱন (Assam Legislative Assembly New Building)। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে মুকলি কৰে অসম বিধানসভাৰ নতুন ভৱনটো। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, অসমৰ ৰাজ্যপাল, বিধানসভাৰ অধ্যক্ষকে ধৰি মন্ত্রী-বিধায়কসকল। 

অসম বিধানসভা
মুকলি হ’ল অসম বিধানসভাৰ নতুন ভৱন:

উল্লেখযোগ্য যে ১৯৭২ চনত শ্বিলঙৰ পৰা তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই গুৱাহাটীলৈ ৰাজধানী স্থানান্তৰৰ পিছত আজি অৰ্থাৎ ৩০ জুলাই, ২০২৩ তাৰিখে অসম বিধানসভাই ৫০ বছৰ অতিক্ৰম কৰিলে।এই সময়ছোৱাত ৰাজধানী গুৱাহাটীৰ পৰা ৰাজ্য শাসন কৰিছে ১১গৰাকী মুখ্যমন্ত্ৰীয়ে।

তেওঁলোক হৈছে ক্ৰমে শৰৎ চন্দ্ৰ সিংহ, গোলাপ বৰবৰা, যোগেন্দ্ৰ নাথ হাজৰিকা, আনোৱাৰা টাইমূৰ, কেশৱ চন্দ্ৰ গগৈ, হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত, ডাঃ ভূমিধৰ বৰ্মন, তৰুণ গগৈ, সৰ্বানন্দ সোনোৱাল আৰু বৰ্তমান মুখ্যমন্ত্ৰী হিচাপে আছে ডঃ হিমন্ত বিশ্ব শৰ্মা।আনহাতে, এই সময়ছোৱাত মুঠ ১৩ গৰাকী অধ্যক্ষ, ১৭ গৰাকী উপাধ্যক্ষ আৰু ১৭ গৰাকী ৰাজ্যপালে দায়িত্বভাৰ গ্ৰহণ কৰিছে।

IMG 20230730 WA0029 | ASSAM TIMES POSTগুৱাহাটীত ৰাজধানী অহাৰ পিছত প্ৰথমগৰাকী বিধানসভাৰ অধ্যক্ষ আছিল যোগেন্দ্ৰ নাথ হাজৰিকা। ইয়াৰ পিছত ক্ৰমান্বয়ে শ্বেখ চান্দ মহম্মদ, পুলকেশ বৰুৱা, জীৱকান্ত গগৈ, দেৱেশ চন্দ্ৰ চক্ৰৱৰ্তী, গণেশ কুটুম, পৃথ্বি মাঝি, টংক বাহাদুৰ ৰায়, প্ৰণৱ কুমাৰ গগৈ, ৰণজিত কুমাৰ দাস আৰু ২০২১ চনৰ ২১ মে’ৰ পৰা বিশ্বজিত দৈমাৰীয়ে বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

উল্লেখযোগ্য যে দেওবাৰে লোকসভাৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পূৰ্বে অৱশ্যে শুকুৰবাৰেই বিভিন্ন মাংগলিক অনুষ্ঠান সম্পন্ন কৰা হয়। ইয়াৰ ভিতৰত গৃহ প্ৰৱেশ পূজা, বাথৌ পূজা আদি বিভিন্ন ৰীতি-নীতি সম্পন্ন কৰা হয়।

IMG 20230730 WA0026 | ASSAM TIMES POSTইতিমধ্যে আটকধুনীয়াকৈ সজাই তোলা বিধানসভাৰ নতুন ভৱনটোত ভৱিষ্যতৰ কথা চিন্তা কৰি আসনৰ সংখ্যাও বৃদ্ধি কৰা হৈছে ৷ নতুন বিধানসভা ভৱনত আসনৰ সংখ্যা হৈছে ১৮৬ খন। অসম বিধানসভাৰ নতুন ভৱনটো বৃন্দাবনী বস্ত্ৰৰ আৰ্হিৰে সজোৱা হৈছে ৷ লগতে উপলব্ধ আছে সকলো ডিজিটেল ব্যৱস্থা। ৩৫১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা হৈছে অসম বিধানসভাৰ নতুন ভৱনটো ।উল্লেখ্য যে অসম বিধানসভাৰ নতুন ভৱনটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ২০১১ চনত ।

IMG 20230730 WA0028 | ASSAM TIMES POST

বহু মহলীয়া এই ভৱনটোৰ নিৰ্মাণকাৰ্য সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতে সম্পন্ন হৈছিল যদিও কিছু কাৰিকৰী বিজুতিৰ বাবে পুনৰ নিৰ্মাণৰ কাম হাতত লোৱা হয় । অৱশ্যে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত হিতেন্দ্ৰ নাথ গোস্বামী অধ্যক্ষ হৈ থকাৰ সময়ত এদিনৰ বাবে নতুন ভৱনত বিধানসভাৰ অধিবেশন অনুষ্ঠিত হৈছিল ।

সেই সময়ত ভৱনটো নিৰ্মাণৰ বাবে ২৩৪ কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত আন্তঃগাঁথনিৰ কিছু পৰিৱৰ্তন কৰিবলগা হোৱা বাবে নিৰ্মাণ ব্যয় ৩৫১ কোটি টকা হয়৷ বহু মহলীয়া ভৱনটোত আছে মুঠ ৭ খন লিফট৷ আলোকসজ্জাকে ধৰি বহু উন্নত প্রযুক্তিৰো ইয়াত ব্যৱহাৰ কৰা হৈছে৷ লগতে পোহৰ ব্যৱস্থাৰ বাবে গ্ৰহণ কৰা হৈছে অত্যাধুনিক প্ৰযুক্তিৰ।

Tags: নতুন ভৱনমুকলি হ'ল অসম বিধানসভাৰ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx