ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Amrit Bharat Station Scheme I ৫০৮ টা ৰেলষ্টেচনৰ সৈতে  ডিফু ৰেল ষ্টেচনৰ পুণৰ উন্নতিকৰণৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
August 6, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

আজি অমৃত ভাৰত ষ্টেছন আঁচনিৰ (Amrit Bharat Station Scheme)অধীনত দেশৰ ৫০৮ টা ৰেলষ্টেচন সৈতে ডিফু ৰেল ষ্টেচনৰ পুণৰ উন্নতিকৰণৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ আজি দিনৰ ভাগত ডিফু ৰেল ষ্টেচন চৌহদত এক আকৰ্ষণীয় অনুষ্ঠানৰ জৰিয়তে তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে’ৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ আন ৫০৮ টা ৰেল ষ্টেচনৰ লগতে ডিফু ৰেল ষ্টেচনৰো উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে ৷

 ডিফু ৰেল ষ্টেচন
  ডিফু ৰেল ষ্টেচনৰ পুণৰ উন্নতিকৰণৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ:

উক্ত অনুষ্ঠানত উপস্থিত থাকে সাংসদ হৰেণছিং বে’, ডিফু আৰু হাওৰাঘাট জনজাতীয়  সমষ্টিৰ বিধায়কদ্বয় বিদ্যাচিং ইংলেঙ আৰু দৰছিং ৰংহাঙ আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ ভাৰপ্ৰাপ্ত ইএম ৰিতেশ ইংহি লগতে ৰেলৱেৰ  ডিভিজনেল পাৰ্চনেল বিষয়া, সিদ্ধাৰ্থ ৷ উপস্থিত ৰাইজক অসমত পুণৰ উন্নতিকৰণ  হব লগীয়া বিশ্বমানৰ অত্যাধুনিক ৰেল ষ্টেচনৰ আৰ্হি চলচিত্ৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় ৷ ইয়াৰোপৰি আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ  বিজেতা সকলক পুৰষ্কৃত কৰা হয় ৷

d76fafb2 6c32 470f 9bb6 b8a6599ae05c | ASSAM TIMES POSTসংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সাংসদ হৰেণছিং বে’ই সাধাৰণ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ ডিফুত আধুনিক মানৰ ৰেল ষ্টেচনৰ আধাৰশিলা স্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাৰ্বত্য জিলাবাসীৰ হৈ কৃতজ্ঞতা জ্যাপন কৰে ৷ প্ৰায় ৩২ কেটি টকা  ব্যয় সাপেক্ষে পুণৰ নিৰ্মান হবলগীয়া ডিফু ৰেলষ্টেচনৰ বাবে আজি এক উল্লেখনীয় দিন বুলি কয় সাংসদ গৰাকীয়ে ব্যক্ত কৰে ৷ 

আনহাতে কৰণা কালত ডিফু ৰেল ষ্টেছনত ৰাজধানী এক্সপ্ৰেছৰ বন্ধ হৈ পৰা ষ্টপেজ পুণৰ আৰম্ভ কৰিবলৈ আৰু বৰলাংফেৰ ৰেল ষ্টেছনত এটা ফ্লাই অভাৰ নিৰ্মান কৰিবলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰীক পত্ৰযেগে ব্যক্তিগতভাবে অনুৰোধ জনেৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সাংসদ হৰেণছিং বে’ই ৷  আনহাতে ৰেলৱেৰ ডিভিজনেল পাৰ্চনেল বিষয়া সিদ্ধাৰ্থই সাংবাদিকৰ আগত কয়যে, অমৃত ভাৰত ৰেল ষ্টেছন আঁচনিৰ জৰিয়তে ডিফু ৰেলষ্টেছনত অত্যাধুনিক ব্যৱস্থা উপলব্ধ হব, তাৰে ভিতৰত মাল্টি লেভেল পাৰ্কিঙ, পৰিপাৰ্শিক বৃক্ষ , দিব্যাংগ সকলৰ বাবে বিশেষ প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা,  বিমান বন্দৰত উপলব্ধ হোৱা অত্যাধুনিক সকলো ব্যৱস্থা থাকিব বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে ৷

Tags: আধাৰশিলা স্থাপন প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰপুণৰ উন্নতিকৰণৰ ভাৰ্চুৱেলি৫০৮ টা ৰেলষ্টেচনৰ সৈতে  ডিফু ৰেল ষ্টেচনৰ
Share4Tweet3Send

Related Posts

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

by Staff Reporter
June 11, 2026
50
Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান
KARBI ANGLONG

Leprosy Patient Identification : কাৰ্বি আংলঙৰ চাহ বাগিচা এলেকাত লুকাই থকা কুষ্ঠ ৰোগী ধৰা পেলাবলৈ আই এ চি এফৰ অভিযান

by News Desk
June 10, 2026
50
Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন
KARBI ANGLONG

Road accident : ফুলনিত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত এজন আৰু নিহত এজন

by News Desk
June 9, 2026
50
Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ
KARBI ANGLONG

Child missing : ছয় দিন ধৰি সন্ধানহীন বোকাজানৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

by News Desk
June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

by ASSAM TIMES POST
June 9, 2026
50
Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
ADVERTISEMENT
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx