ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Road accident in MP : মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা, মালবাহী গাড়ীৰ খুন্দাত ১৩ বাছযাত্ৰী নিহত

নিউজ ডেস্কঃ

News Desk by News Desk
December 28, 2023
Reading Time: 1 min read
A A
0
Road accident in MP : মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা, মালবাহী গাড়ীৰ খুন্দাত ১৩ বাছযাত্ৰী নিহত

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

নিয়ন্ত্ৰণ হেৰুৱাই মালবাহী গাড়ীত খুন্দা (Crash into a cargo car and Bus) মাৰে এখন বাছে। তাৰ পিছতে দাউদাউকৈ জ্বলি উঠে বাছখন (bus burns)। ফলত বাছখনৰ ভিতৰত থকা ১৩ জন যাত্ৰীৰ অগ্নিদগ্ধ হৈ মৃত্যু (13 passengers charred to death) হয়। বুধবাৰে নিশা মধ্যপ্ৰদেশৰ গুনাত (In Guna, Madhya Pradesh) সংঘটিত হয় এই দুৰ্ঘটনা। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, এই ঘটনাত কমেও ১৭ জন যাত্ৰী আহত হৈছে। বৰ্তমান তেওঁলোক জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, বুধবাৰে নিশা গুনা-আৰাণ পথত বাছখনে এখন মালবাহী গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষৰ তীব্ৰতা ইমানেই বেছি আছিল যে লগে লগে বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে।

guna1 | ASSAM TIMES POST

পিছত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী-প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধীশ তৰুণ ৰাথীও উপস্থিত হয়।

জিলা দণ্ডাধীশে জনোৱা মতে, আহত যাত্ৰীসকল বিপদমুক্ত। লগতে তেওঁ কয় যে মৃত যাত্ৰীসকলৰ মৃতদেহ বেয়াকৈ দগ্ধ হোৱা বাবে ডি এন এ পৰীক্ষা কৰি চিনাক্তকৰণ কৰা হ’ব। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণৰ তদন্ত কৰা হ’ব বুলি জিলা দণ্ডাধীশে জানিবলৈ দিয়ে। আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই পিটিআইক জনোৱা মতে, দুৰ্ঘটনাৰ সময়ত বাছখনত মুঠ ৩০ জন যাত্ৰী আছিল। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে। লগতে মৃতকৰ পৰিয়ালক ৪ লাখ টকা আৰু আহত পৰিয়ালক ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে।

Tags: RoadAccidentinMPভয়ংকৰপথদুৰ্ঘটনা
Share4Tweet3Send

Related Posts

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

by News Desk
June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

by News Desk
June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

by News Desk
June 10, 2026
50
Third Gender : কিন্নৰৰ ভেশ লৈ বিয়াঘৰত বকচিচ ল’বলৈ লৈছিল, পোছাক খুলি কৰিলে এই কাণ্ড

PM Modi : নেহৰুৰ অভিলেখ ভংগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শুভেচ্ছাৰ বন্যা

ACB search : তেলেংগানাত অভিযন্তাৰ বাসগৃহত তালাচী : বৃহৎ পৰিমাণ সম্পত্তি উদ্ধাৰ

ADVERTISEMENT
‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ
KARBI ANGLONG

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
50
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক
National-International

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
50
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী
National-International

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026
50
Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ
National-International

Maharashtra Boat capsized : মহাৰাষ্ট্ৰত ৩৫ তীৰ্থযাত্ৰীসহ বুৰিল নাও; এগৰাকী মহিলাৰ মৃত্যু, কেইবাগৰাকীও নিৰুদ্দেশ

June 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

‎দুটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ

June 11, 2026
PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

PM Modi record : বংগ জয়ৰ পিছত পুনৰ ঝলমুড়িৰ সোৱাদ ল’লে মোদীয়ে, প্ৰধানমন্ত্ৰীৰ অভিলেখ উপলক্ষে ভাৰত মণ্ডপমত এনডিএৰ বৈঠক

June 10, 2026
TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

TMC Crisis : মমতা বেনাৰ্জী কংগ্ৰেছলৈ প্ৰত্যাৱৰ্তনৰ জল্পনা-কল্পনাৰ মাজতে বিস্ফোৰক পশ্চিমবংগৰ প্ৰাক্তন ৰাজ্যিক কংগ্ৰেছ সভাপতি অধীৰ চৌধুৰী

June 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT