ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Lok sabha election 2024 : বুথ কৰ্মীক ছ’চিয়েল মিডিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান মোডীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 4, 2024
Reading Time: 1 min read
A A
0
Lok sabha election 2024 : বুথ কৰ্মীক ছ’চিয়েল মিডিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান মোডীৰ

RELATED POSTS

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

New Logo Smal | ASSAM TIMES POST

লোকসভা নিৰ্বাচন (Lok Sabha Election)ৰ প্ৰাক মুহূৰ্তত বিভিন্ন ৰণকৌশল গ্ৰহণ কৰিছে বিজেপিয়ে (various Strategy of BJP)। তাৰেই অংশৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে নিৰ্বাচনৰ পূৰ্বে অধিক লোকৰ কাষ চাপিবলৈ অধিক পৰিমাণে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰাত গুৰুত্ব আৰোপ (Emphasis on the use of social media ) কৃষৰ।

বৃহস্পতিবাৰে পুৱা প্ৰধানমন্ত্ৰীয়ে ‘নমো’ এপৰ জৰিয়তে মুঠ ১০টা লোকসভা সমষ্টি ক্ৰমে চম্বল, ফতেহপুৰ ছিক্ৰী, ফিৰোজাবাদ, হাথৰছ আৰু আগ্ৰাৰ ২২,৬৪৮জন বুথ কৰ্মীৰ সৈতে মত বিনিময় (Exchange of views with booth workers) কৰে। উত্তৰ প্ৰদেশৰ উক্ত দহটা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ৭ মে’ত অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “ভোটদান দিৱস আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ব লাগে। বুথ কৰ্মীসকলে নিশ্চিত কৰিব লাগিব যে গৰমৰ মাজতো যাতে মানুহে ভোট দিবলৈ আহে।”

modi1 | ASSAM TIMES POST

উল্লেখযোগ্য যে বিজেপিৰ দৰে কেডাৰ ভিত্তিক দল এটাই বুথ শক্তিশালী কৰাত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। বিগত দুবছৰ ধৰি সমগ্ৰ দেশতে বুথ পৰ্যায়ত দলৰ শক্তি বৃদ্ধিৰ ক্ষেত্ৰত সক্ৰিয় হৈ আছে বিজেপি। নিজৰ ভাষণত মোডীয়ে মহিলাসকলক ভোটদানৰ বাবে উৎসাহিত কৰিবলৈ বুথ পৰ্যায়ৰ হোৱাটছএপ গ্ৰুপ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মূলত অধিক মহিলাৰ কাষ চাপিবলৈ আৰু বিজেপি আৰু চৰকাৰৰ কাৰ্যকলাপৰ বিষয়ে অৱগত কৰিবলৈ এনেধৰণৰ গোট গঠনৰ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি তেওঁ বুথ কৰ্মীসকলক কয় যে নতুন ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰাৰ উপৰি ইউপিএৰ যুগৰ দুৰ্নীতি আৰু পৰিয়ালবাদৰ ৰাজনীতিৰ বিষয়েও অৱগত কৰাটো প্ৰয়োজন।

মোডীয়ে যোৱা দহ বছৰত চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক নীতিৰ বিষয়ে অধিক ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিবলৈ কয়, যাতে প্ৰচাৰ প্ৰান্তীয় লোকসকলৰ মাজলৈও যাব পাৰে। মোডীয়ে কয়, “চৰকাৰী সুবিধাৰ বিষয়ে অৱগত কৰিবলৈ ছ’চিয়েল মিডিয়া অধিক ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে, যাতে মানুহ চৰকাৰৰ কামৰ প্ৰতি অধিক সচেতন হয়।”

আনহাতে, প্ৰধানমন্ত্ৰী মোডীয়ে দলৰ জ্যেষ্ঠ কৰ্মীসকলৰ পৰা পৰামৰ্শ লোৱাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত আছে কেনেকৈ এটা বুথ শক্তিশালী কৰিব পাৰি, কেনেকৈ দলৰ প্ৰাৰ্থীক বুথত জয়ী কৰিব পাৰি।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: .NarendraModiBoothWorkerবুথকৰ্মীমোডী
Share4Tweet3Send

Related Posts

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
September 30, 2026
51
CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত
National-International

CISF Jawan firing : চিআইএছএফ জোৱানৰ মাজতে গুলীচালনাত এজন বিষয়াসহ চাৰিজন নিহত

by News Desk
September 30, 2026
51
JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা
National-International

JK terrorist encounter : কাশ্মীৰৰ বুডগামত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত লস্কৰৰ ‘ম’ষ্ট ৱাণ্টেড’ নেতা

by News Desk
September 30, 2026
52
Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ
National-International

Gyanesh Kumar row : জ্ঞানেশ কুমাৰৰ লগতে প্ৰধানমন্ত্ৰীৰো পদত্যাগ দাবী খাৰ্গেৰ, নিৰ্বাচন সম্পৰ্কীয় ৫ দাবী কংগ্ৰেছৰ

by News Desk
September 29, 2026
51
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান

by News Desk
September 29, 2026
54
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ, মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ল’ব শুনানি

by News Desk
September 29, 2026
55
ADVERTISEMENT
Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ
Assam

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
51
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা
DIPHU

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
51
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই
DIPHU

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026
51
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

September 30, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

Anwesha Shaikeia murder case : অন্বেষা শইকীয়া হত্যাকাণ্ডৰ ঘটনাৰ লগত জড়িত ড্ৰাগছ পেডলাৰ জাভেদ আহমেদ গ্ৰেপ্তাৰ

September 30, 2026
KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

KAAC development schemes : অসম বিধানসভাৰ আনুমানিক ব্যয় সমিতিৰ ডিফুত উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা

September 30, 2026
Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

Diphu Anganwadi centre : ডিফুৰ অংগনবাড়ী কেন্দ্ৰৰ উপলব্ধ সুবিধাৰ বুজ ল’লে জিলা আয়ুক্তই

September 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d